ETV Bharat / state

অৰণ্য মানৱৰ 'আধাৰ কাৰ্ড' নাই কিয় ? - যাদৱ পায়েং আধাৰ কাৰ্ড

যি গৰাকী ব্যক্তিৰ জীৱন আধাৰিত গ্ৰন্থই আমেৰিকাত বহুল চৰ্চা লাভ কৰিছে, যি গৰাকী ব্যক্তিক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানৰে বিভূষিত কৰিছে, যাক 'অৰণ্য মানৱ' আখ্যা দিয়া হয় সেই গৰাকী যাদৱ পায়েং আধাৰ কাৰ্ড লাভ কৰাৰ পৰা বঞ্চিত হোৱাটো দূৰ্ভাগ্যজনক ৷

অৰণ্য মানৱৰ 'আধাৰ কাৰ্ড' নাই কিয় ?
অৰণ্য মানৱৰ 'আধাৰ কাৰ্ড' নাই কিয় ?
author img

By

Published : Jun 4, 2022, 7:26 PM IST

তেজপুৰ, 4 জুন : অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে 'আধাৰ কাৰ্ড' লাভ নকৰা ঘটনাত আশ্চৰ্য প্ৰকাশ কৰিছে সৰৱ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে । এক বিবৃতিত শণিবাৰে সংগঠনটোৱে কয় যে যি গৰাকী ব্যক্তিৰ জীৱন আধাৰিত গ্ৰন্থই আমেৰিকাত বহুল চৰ্চা লাভ কৰিছে, যি গৰাকী ব্যক্তিক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানৰে বিভূষিত কৰিছে, যাক 'অৰণ্য মানৱ' আখ্যা দিয়া হয় সেইগৰাকী যাদৱ পায়েং আধাৰ কাৰ্ড লাভ কৰাৰ পৰা বঞ্চিত হোৱাটো দূৰ্ভাগ্যজনক ৷

অৰণ্য মানৱৰ 'আধাৰ কাৰ্ড' নাই কিয় ?
অৰণ্য মানৱৰ 'আধাৰ কাৰ্ড' নাই কিয় ?

সংগঠনটোৰ ৰাজ্যিক অধ্যক্ষ নিশান্ত থৰ স্বাক্ষৰিত আৰু শোণিতপুৰ জিলাৰ মিডিয়া বিষয়া(অবৈতনিক) মৃন্ময় কুমাৰ নাথৰ দ্বাৰা সাংবাদ মাধ্যম লৈ প্ৰেৰিত অভিযোগ পত্ৰখনিত যোৰহাট জিলাৰ উপায়ুক্তক বিষয়টো সন্দৰ্ভত হস্তক্ষেপ কামনা কৰা হৈছে ৷ বিষয়টোক অতি দুৰ্ভাগ্যজনক আখ্যা দি ৰাজ্যপালৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো ইতিমধ্যে সংস্থাটোৱে অৱগত কৰিছে ৷

লগতে পঢ়ক: দৰঙত কৃষি বিভাগৰ বিভিন্ন আঁচনি পৰ্যালোচনা মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.