ETV Bharat / state

তেজপুৰ ডিটেনশ্বন কেম্পত উপস্থিত দেবব্ৰত শইকীয়া

author img

By

Published : Jul 4, 2019, 5:10 PM IST

বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াই তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ ডিটেনশ্বন কেম্প পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত শইকীয়াই বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষিত কৰা মুঠ 365 গৰাকী লোকক সাক্ষাৎ কৰে ৷

তেজপুৰ ডিটেনশ্বন কেম্পত উপস্থিত দেবব্ৰত শইকীয়া

তেজপুৰ, 4 জুলাইঃ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰস্থিত ডিটেনশ্বন কেম্প পৰিদৰ্শন কৰে বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াই ৷ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰাস্থিত ডিটেনশ্বন কেম্পত থকা প্ৰায় 365গৰাকী লোকক সাক্ষাৎ কৰে শইকীয়াই ৷

সীমান্ত আৰক্ষীৰ ভুলৰ বাবেই এইসমূহ ভাৰতীয় লোক এইদৰে স্বদেশী হৈয়ো বিদেশী হ'বলগীয়া হৈছে ৷ সীমান্ত আৰক্ষীয়ে তেঁওলোকৰ নথি-পত্ৰসমূহ ভালদৰে পৰীক্ষা নকৰাৰ বাবেই এইধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে ৷ বহুটো লোক বিহাৰৰ পৰা অসমলৈ আহিছে আৰু তেঁওলোকৰ নথিসমূহ হিন্দী আৰু উৰ্দু ভাষাত আছে ৷ তেনেকুৱা আৰু বহুত নথি আছে যিসমূহ পৰীক্ষা নকৰাৰ বাবেই এওঁলোক এতিয়া ডিটেনশ্বন কেম্পত থাকিবলগা হৈছে ৷ ডিটেনশ্বন কেম্পত এতিয়াও এনেকুৱা বহু লোক আছে যিয়ে এইবাৰ লোকসভা নিৰ্বাচনত ভোট দিছে আৰু তেঁওলোকৰ আঙুলিৰ ৰং এতিয়াও মাৰ যোৱাই নাই ৷ এইদৰে মন্তব্য কৰি এই সমূহ লোকে ন্যায় পাব লাগে বুলি দাবী উত্থাপন কৰে বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াই ৷ শইকীয়াই ইতিপূৰ্বেই শিলচৰ, গোৱালপাৰা আৰু কোকৰাঝাৰস্থিত ডিটেনশ্বন কেম্প পৰিভ্ৰমন কৰিছে ৷

অধিক পঢ়কঃ মুখেৰে গীটাৰত লহৰ তুলি গ্ৰীনিছ বুক অৱ ৰেকৰ্ড

Intro:তেজপুৰ,৪ জুলাই : অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ ডিটেণ্টনচন কেম্পত পৰিদৰ্শন । মুঠ 365 গৰাকী বিদেশী ন্যাধিকৰনে ভাৰতীয় লোকক বিদেশী ঘোষিত কৰা লোকক সাক্ষাৎ কৰে ।
ৰাজ্যত ইতিমধ্যে গোৱালপাৰা, কোকৰাঝাৰ আৰু তেজপুৰ স্থিত কেম্প ত থকা ভাৰতীয় নাগৰিক সকলৰ লগত কথোকথন কৰি তেওঁলোকৰ বিষয়ে বুজ লয় ।

Body:Bite:দেৱব্ৰত শইকীয়া ।
তেওঁ কয় যে সীমান্ত আৰক্ষীয়ে নথি পত্ৰ সমূহ হয়তো ভালদৰে পৰ্যালোচনা কৰি চাবলৈ নোৱাৰাৰ বাবে এই ধৰণৰ অসুবিধাৰ সন্মুখীন হব লগা হৈছে ।
কাৰণ বহুতো ভাৰতীয় লোক বিশেষকৈ বিহাৰৰ পৰা পূৰ্বে অসমলৈ অহা ব্যক্তি তেওঁ লোকৰ নথি সমূহ বিশেষকৈ হিন্দী আৰু উৰ্দু ভাষাত থকা আৰু ইয়াৰ বাবে অসমত সীমান্ত আৰক্ষীৰ সেই নথি সমূহ হয়তো বুজি পোৱা অসুবিধা হৈছে আৰু এইটো প্ৰধান কাৰণ ।
এনে লোক আছে যি এই বাৰ লোক সভাৰ নিৰ্বাচনত ভোট দি আঙুলিৰ ৰং এতিয়াও এৰুৱাই নাই ।

Conclusion:তেওঁ আহ্বান জনায় যে এই বিষয় সমূহ পুনৰ বিবেচনা কৰি তেওঁ লোকৰ ওপৰত ন্যায় হোৱাটো উচিত ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
৪/৭/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.