ETV Bharat / state

শোণিতপুৰত দৈনিক বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণত মৃত্যুৰ সংখ্যা

তেজপুৰত দৈনিক বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৷ সোমবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত চেন্নাইৰ গ্লোবেল হাস্পতালত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে তেজপুৰৰ নপাম নিবাসী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী খোকন সৰকাৰৰ ৷ আনহাতে তেজপুৰ মেডিকেলত মৃত্যু ঘটিছে কৃষ্ণ বাস্তুলা মানচিৰি আৰু দিলীপ দত্ত নামৰ লোকদুজনৰ ৷

শোণিতপুৰত দৈনিক বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণত মৃত্যুৰ সংখ্যা
শোণিতপুৰত দৈনিক বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণত মৃত্যুৰ সংখ্যা
author img

By

Published : Sep 15, 2020, 3:08 PM IST

তেজপুৰ,১৫ ছেপ্টেম্বৰ : ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৰ্তমান পৰ্যন্ত ৰাজ্যত আক্ৰান্তৰ সংখ্যা 1,44,166 লৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যা 482 জনলৈ বৃদ্ধি পাইছে ৷

শোণিতপুৰত দৈনিক বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণত মৃত্যুৰ সংখ্যা
শোণিতপুৰত দৈনিক বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণত মৃত্যুৰ সংখ্যা

ৰাজ্যৰ বিভিন্ন ঠাইৰ সমান্তৰালভাৱে তেজপুৰটো প্ৰতিদিনেই বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা । তেজপুৰত দৈনিক বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৷ সোমবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত চেন্নাইৰ গ্লোবেল হাস্পতালত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে তেজপুৰৰ নপাম নিবাসী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী খোকন সৰকাৰৰ ৷ আনহাতে তেজপুৰ মেডিকেলত মৃত্যু ঘটিছে কৃষ্ণ বাস্তুলা মানচিৰি আৰু দিলীপ দত্ত নামৰ লোক দুজনৰ ৷

উল্লেখযোগ্য যে,তেজপুৰ বিশ্ববিদ্যালয়ৰ সন্মুখৰ ভাৰচিটি হোটেলৰ স্বত্বাধিকাৰ খোকন সৰকাৰ দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল বৃক্ক আৰু যকৃতৰ ৰোগত ৷ কিছুদিন পূৰ্বেই তেওঁ চিকিৎসাৰ বাবে চেন্নাইলৈ গৈছিল ৷ আনহাতে,শোণিতপুৰত এই পৰ্যন্ত কৰ’ণাত আক্ৰান্ত হৈ মুঠ নজন লোকৰ মৃত্যু ঘটিছে ৷

লগতে পঢ়ক : কোভিড 19 প্ৰট’কল উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.