ETV Bharat / state

ৰঙাপৰাত ৰে'লৱে মজদুৰ ইউনিয়নৰ প্ৰশিক্ষণ শিবিৰ - ৰেলৱে বিভাগ

ইতিমধ্যে বহু কেইগৰাকী যুৱক-যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহন কৰি ৰেলৱে বিভাগৰ লগতে বহু কেইটা প্ৰতিযোগিতা মূলক পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰিছে ৷

ৰঙাপৰাত এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ দ্বাৰা বিনামুলীয়া প্ৰশিক্ষণ
author img

By

Published : Jun 9, 2019, 1:01 PM IST

ৰঙাপৰা , 09 জুন : শোণিতপুৰ জিলাৰ ৰঙাপৰাত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক বিনামূলীয়া প্ৰশিক্ষণ দি আহিছে ৷

ৰঙাপৰা অঞ্চলৰ শিক্ষিত ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীসকলক ৰে'ল বিভাগৰ লগতে অন্যান্য চৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যৰে ৰঙাপৰা মজদুৰ ইউনিয়নে 2014 চনৰে পৰাই বিনামূলীয়াকৈ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি আহিছে ৷

ৰঙাপৰাত এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ দ্বাৰা বিনামুলীয়া প্ৰশিক্ষণ

বিগত পাঁচ বছৰ ধৰি মজদুৰ ইউনিয়নৰ প্ৰেক্ষাগৃহত বিনামূলীয়া প্ৰশিক্ষণ অব্যাহত আছে ৷ ইতিমধ্যে বহু কেইগৰাকী যুৱক-যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি ৰে'ল বিভাগৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰিছে ৷

Intro:ৰঙাপৰাত এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ দ্বাৰা বিনামুলীয়া প্ৰশিক্ষণঃ উপকৃত হৈছে যুৱক-যুৱতীBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত এন এফ ৰেলৱে মজদুৰ ইউনিয়নে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহন কৰি আহিছে। অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱকে-যুৱতী সকলক মজদুৰ ইউনিয়নে বিনামুলীয়া ভাৱে প্ৰশিক্ষন দি আহিছে। ৰঙাপৰা অঞ্চলৰ শিক্ষিত ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতী সকলে ৰেলৱে বিভাগৰ লগতে অন্যান্য চৰকাৰী চাকৰিত মকৰল সময়ত অনুষ্ঠিত হোৱা পৰীক্ষাত নিজকে সাজু হব পাৰে সেই উদ্দেশ্যৰে ৰঙাপৰা মজদুৰ ইউনিয়নে ২০১৪ চনৰে পৰাই বিনামুলীয়াকৈ প্ৰশিক্ষন আগবঢ়াই আহিছে। বিগত পাঁচ বছৰ ধৰি মজদুৰ ইউনিয়নৰ প্ৰেক্ষাগৃহত বিনামূলীয়া প্ৰশিক্ষণ অব্যাহত আছে। ৰেলৱে বিভাগৰ কৰ্মচাৰীসকলে অনুষ্ঠিত কৰি অহা প্ৰশিক্ষণ শিৱিৰৰ পৰা শিক্ষিত যুৱক-যুৱতী সকল বাৰুকৈয়ে উপকৃত হৈছে।ৰঙাপৰা মজদুৰ ইউনিয়নে জানিব দিয়ামতে ইতিমধ্যে বহু কেইগৰাকী যুৱক-যুৱতীয়ে প্ৰশিক্ষন গ্ৰহন কৰি ৰেলৱে বিভাগৰ লগতে বহু কেইটা প্ৰতিযোগিতা মুলক পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰিছে। ইফালে, ৰঙাপৰা অঞ্চলৰ যুৱক-যুৱতী সকলে উক্ত প্ৰশিক্ষন কেন্দ্ৰত প্ৰশিক্ষন গ্ৰহন কৰি আছে। ৰঙাপৰা মজদুৰ ইউনিয়নৰ এনে প্ৰচেষ্টাক শলাগ লৈছে ৰঙাপৰাবাসী ৰাইজে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.