ETV Bharat / state

ডি আৰ ডি অ'য়ে প্ৰস্তত কৰি উলিয়াইছে ছেনিটাইজাৰ মেচিন - ভাৰতৰ প্ৰতিৰক্ষা বিভাগ

ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ অধীনত ডিফেন্স ৰিচাৰ্চ ডেভলপমেন্টে অৰ্গেনাইজেচনে প্ৰস্তত কৰি উলিয়াইছে দুটা নতুন ধৰণৰ ছেনিটাইজেশ্বন মেচিন ৷

new sanitization machine invent by DRDO
ডি আৰ ডি অ'য়ে প্ৰস্তত কৰি উলিয়াইছে ছেনিটাইজাৰ মেচিন
author img

By

Published : Apr 3, 2020, 9:04 PM IST

তেজপুৰ,৩ এপ্ৰিলঃ সম্প্ৰতি সমগ্র দেশতে বিয়পি পৰা কৰ'ণা সংক্ৰমণৰ ওপৰত লক্ষ্য ৰাখি ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ অধীনত ডিফেন্স ৰিচাৰ্চ ডেভলপমেন্টে বিভিন্ন ধৰণৰ ছেনিটাইজেচনৰ সামগ্ৰী প্ৰস্তত কৰিছে ।
নতুন বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি ভাৰতৰ Centre For Higher Exclusive & Development Safety শীৰ্ষক দিল্লীস্থিত অনুষ্ঠানটোৱে দুটা ছেনিটাইজেছনৰ সঁজুলি প্ৰস্তত কৰে বুলি জানিবলৈ দিয়ে গুৱাহাটীস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্নেল পি .খোংচাই ৷

new sanitization machine invent by DRDO
ডি আৰ ডি অ'য়ে প্ৰস্তত কৰি উলিয়াইছে ছেনিটাইজাৰ মেচিন
new sanitization machine invent by DRDO
ডিফেনচ ৰিচাৰ্চ ডেভলপমেন্টে প্ৰস্তত কৰি উলিয়াইছে নতুন ধৰণৰ ছেনিটাইজাৰ মেচিন
এই সঁজুলি দুটা ব্যৱহাৰ কৰিবলৈ অতি সহজ আৰু লঘু ৷ কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সুবিধাজনক হোৱাৰ লগতে ইয়াৰ দ্বাৰা বিভিন্ন অঞ্চলত সহজে ছেনিটাইজ কৰিব পাৰে বুলি উল্লেখ কৰে। জানিব পৰা মতে, এই সঁজুলিৰ দ্বাৰা তিনি হাজাৰ বৰ্গৰ মিটাৰ দূৰলৈকে ছটিয়াব পাৰে । ৫০ লিটাৰ লোহাৰ গেলানটো ১২/১৫ মিটাৰ আকৃতিৰ আৰু ই অতি সহজতে সংশোধিত কৰিব পাৰি ৷ বিশেষকৈ চিকিৎসালয়, শ্বপিং মল, বিমানবন্দৰ, মেট্ৰ' ,ৰে'ল ষ্টেচন , আইচ'লেচন অঞ্চল, কোৱাৰেন্টাইন চেন্টাৰ, অতি স্পৰ্শকাতৰ অঞ্চলত ব্যৱহাৰ কৰিব পাৰে। ইতিমধ্যে এনে দুটা ছেনিটাইজেছনৰ গেলান দিল্লী আৰক্ষীৰ হাতত ডিফেন্স ৰিচাৰ্চ ডেভলপমেন্টে অৰ্গেনাইজেচনে প্ৰেৰণ কৰিছে বুলি মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়কঃঅসমত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 20 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.