ETV Bharat / state

বিয়লিলৈ যোৰহাট পাব 13গৰাকী বায়ুসেনাৰ নশ্বৰ দেহ

author img

By

Published : Jun 15, 2019, 12:53 PM IST

Updated : Jun 15, 2019, 1:04 PM IST

বায়ুসেনাৰ শীৰ্ষসূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, শনিবাৰে দিনৰ ভাগত যোৰহাট আহি পাব অৰুণাচলত বিমান দূৰ্ঘটনাত নিহত 13গৰাকী বায়ুসেনাৰ নশ্বৰ দেহ ৷

বিয়লিলৈ যোৰহাট পাব 13গৰাকী বায়ুসেনাৰ নশ্বৰ দেহ

নিউড ডেস্ক, 15 জুনঃ যোৰহাট বায়ুসেনা ছাউনীৰ পৰা উৰা মৰা বায়ুসেনাৰ AN 32 বিমান দূৰ্ঘটনাত নিহত হয় তেৰগৰাকীকৈ ব্যক্তিৰ ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ লিপোত প্ৰায় দহদিনৰ অন্তত উদ্ধাৰ হৈছিল বিমানখনৰ ধ্বংসাৱশেষ ৷ ইতিমধ্যে বিমানখনৰ ব্লেকবক্স আৰু চিভিআৰ উদ্ধাৰ কৰিছে বায়ুসেনাই ৷

  • #Update on An 32 crash: Early this morning rescue effort to retrieve the mortal remains of the air-warriors who laid down their life in the line of duty commenced. However, the progress has got hampered due to inclement weather in the area. (1/3)

    — Indian Air Force (@IAF_MCC) June 15, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে আজি দিনৰ ভাগত নিহত বায়ুসেনাসকলৰ পাৰ্থিৱ শৰীৰ যোৰহাটলৈ লৈ অনা হ'ব বুলি প্ৰকাশ কৰিছে বায়ুসেনাৰ সূত্ৰই ৷ আনহাতে ঘটনা সন্দৰ্ভত এক সামৰিক অনুসন্ধানৰ নিৰ্দেশনা দিছে বুলি প্ৰকাশ কৰিছে বায়ুসেনাৰ মুখপাত্ৰ ৰত্নাকৰ সিঙে ৷

Intro:Body:Conclusion:
Last Updated : Jun 15, 2019, 1:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.