ETV Bharat / state

ছিজুচাত উদ্ধাৰ বিলুপ্তপ্ৰায় প্ৰজাতিৰ বান্দৰ

author img

By

Published : Feb 6, 2020, 1:26 PM IST

অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাৰ ছিজুচাত বনবিভাগে কিছুদিন পূৰ্বে উদ্ধাৰ কৰিছিল দুটাকৈ ভিন্ন প্ৰজাতিৰ বান্দৰ ৷ সম্প্ৰতি বান্দৰ দুটা পাকে টাইগাৰ ৰিজাৰ্ভত চেণ্টাৰ ফৰ বিয়েৰ ৰিহেবিলেশ্যন কনজাৰ্ভেশ্যনত ৰখা হৈছে ৷

পূৱ কামেং জিলাৰ ছিজুচা
ভিন্ন প্ৰজাতিৰ বান্দৰ উদ্ধাৰ

তেজপুৰ,৬ ফ্ৰেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাৰ ছিজুচাত বনবিভাগে কিছুদিন পূৰ্বে উদ্ধাৰ কৰিছিল দুটাকৈ ভিন্ন প্ৰজাতিৰ বান্দৰ ৷ সম্প্ৰতি বান্দৰ দুটা পাকে টাইগাৰ ৰিজাৰ্ভত চেণ্টাৰ ফৰ বিয়েৰ ৰিহেবিলেশ্যন কনজাৰেভেশ্যনত ৰখা হৈছে ৷ এটা বান্দৰৰ বাহুত সামান্য আঘাত পোৱাৰ বাবে এই সংৰক্ষণ কেন্দ্ৰটোত পৰিচৰ্যা কৰি থকা হৈছে ৷ ক্ৰমে সুস্থ হৈ উঠিছে বান্দৰটো ৷ সদ্যহতে বন বিভাগে বান্দৰটো পোহনীয়া কৰিবলৈ প্ৰশিক্ষণ দিছে যদিও পোৱালিটো সংস্থাপনৰ বাবে এটা নতুন দলৰ সন্ধান কৰি আছে ৷ সংস্থাটোৰ দায়িত্বত থকা বিষয়া আয়ুস্মান সিঙে এই কথা সদৰী কৰে ৷

ভিন্ন প্ৰজাতিৰ বান্দৰ উদ্ধাৰ

লগতে চাওকঃকা বিৰোধী যুঁজৰ বাবে আছুক সাহায্য প্ৰদান ডাঙৰীবাসীৰ

Intro:তেজপুৰ,৬ ফ্ৰেব্ৰুৱাৰী:অৰুনাচল প্ৰদেশৰ পূৱ কামেং জিলাৰ ছিজুচাৰ
পাকে টাইগাৰ ৰিজাৰ্ভত, চেন্টাৰ ফৰ বিয়েৰ ৰিহেবিলেচন কনজাভেচনত সংৰক্ষন কৰা হৈছে বন বিভাগে উদ্ধাৰ কৰা দুটা বেলেগ প্ৰজাতিৰ বান্দৰ ৷
Body:মেকা), এই বান্দৰ দুটাৰ এটা বাহুত সামান্য আঘাট পোৱাৰ ফলত এই সংৰক্ষন কেন্দ্ৰত পৰিচৰ্জা কৰি বৰ্তমান সুস্থ কৰি ৰখা হৈছে ৷
বন বিভাগে এই বান্দৰ জনী পুহনীয়া কৰিছে যদিও পোৱালিটো পুনৰ সংস্থাপনৰ বাবে এটা নতুন গ্ৰুপৰ সন্ধান কৰি থকা হৈছে বুলি উক্ত সংস্থাৰ দায়িত্বত থকা আয়ুচমান সিংয়ে জানিবলৈ দিয়ে ৷ Conclusion:প্ৰণৱ কুমাৰ দাস ৷
তেজপুৰ ৷
৬/২/২০২০ ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.