ETV Bharat / state

শোণিতপুৰৰ চিতলমাৰীত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

ৰাজ্যত পুনৰ উচ্ছেদ অভিযান (Eviction drive in Assam) ৷ এইবাৰ শোণিতপুৰত বৃহৎ উচ্ছেদ অভিযান ৷ শোণিতপুৰ জিলাৰ বৰছলাৰ চিতলমাৰীত প্ৰশাসনৰ এই উচ্ছেদ অভিযান (Eviction drive in Sonitpur) ৷ উচ্ছেদস্থলী নিয়ন্ত্ৰণ কৰিবলৈ সাজু হৈছে আৰক্ষীৰ বৃহৎ দল ৷ জানিব পৰা মতে প্ৰায় ২৯৯ টা পৰিয়ালৰ বসতি এলেকাত চলোৱা হ’ব এই উচ্ছেদ অভিযান ৷

Administrations eviction drive in Sonitpur
শোণিতপুৰ চিতলমাৰীৰ ২৯৯ টা পৰিয়ালৰ বসতি স্থানত প্ৰশাসনৰ উচ্ছেদ অভিযান
author img

By

Published : Sep 3, 2022, 7:17 AM IST

Updated : Sep 3, 2022, 7:30 AM IST

  • ৰাজ্যত পুনৰ উচ্ছেদ অভিযান (Eviction drive in Assam)
  • এইবাৰ শোণিতপুৰ জিলাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান
  • জিলাখনৰ বৰছলাৰ চিতলমাৰীত প্ৰশাসনৰ এই উচ্ছেদ অভিযান (Eviction drive in Sonitpur)
  • উচ্ছেদস্থলী নিয়ন্ত্ৰণ কৰিবলৈ সাজু অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ লগতে আৰক্ষীৰ এটা বৃহৎ দল
  • উচ্ছেদ অভিযানত প্ৰায় ১ হাজাৰ অসম আৰক্ষী আৰু দুই শতাধিক অৰ্ধ সুৰক্ষা বাহিনীৰ জোৱান নিয়োজিত কৰা হৈছে
  • ৭ জন দণ্ডাধীশৰ নেতৃত্বত মুঠ তিনিজন আৰক্ষী অধীক্ষক আৰু অধীক্ষক পৰ্যায়ৰ বিষয়াই তদাৰক কৰিছে অভিযানটোত
  • শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে চিকিৎসা বিভাগৰ দল উপস্থিত আছে উচ্ছেদস্থলীত
  • জানিব পৰা মতে প্ৰায় ২৯৯ টা পৰিয়ালৰ বসতি এলেকাত চলোৱা হ’ব এই উচ্ছেদ অভিযান
  • ইফালে উচ্ছেদৰ পূৰ্বেই ঘৰ-দুৱাৰ ভাঙি সেই স্থান ত্যাগ কৰিছে অধিকাংশ বেদখলকাৰীয়ে
  • তথ্য অনুসৰি, বেদখলকৃত ভূমি উচ্ছেদ কৰি সেই স্থানত সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিব অসম চৰকাৰে

Last Updated : Sep 3, 2022, 7:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.