ETV Bharat / state

মিছামাৰীত কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - তীব্ৰ প্ৰতিবাদ

কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সমিতিৰ কৰ্মকৰ্তা আৰু নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে মঙলবাৰে শোণিতপুৰৰ মিছামাৰীত এক প্ৰতিবাদী কাৰ্যসূচী উলিয়ায় ৷ দুই শতাধিক সদস্যই অংশগ্ৰহণ কৰা এই প্ৰতিবাদত চৰকাৰ বিৰোধী শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদস্যসকলে ৷

কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ প্ৰতিবাদ : উত্তাল মিছামাৰী
author img

By

Published : May 21, 2019, 10:40 PM IST

মিছামাৰী, 21 মে': শোণিতপুৰ জিলাৰ মিছামাৰীত মঙলবাৰে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সমিতিৰ সদস্যসকল আৰু নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে বেনাৰ লৈ দুই শতাধিক সদস্যই দিনৰ ১১.৩০ বজাত লাকোপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা দক্ষিন লাকোপাৰালৈকে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে ৷ পথ নিৰ্মাণ, মিছামাৰীত বিশুদ্ধ খোৱাপানী ব্যৱস্থা, দৰিদ্ৰ পৰিয়ালক গৃহ প্ৰদান, জৱকাৰ্ডৰ অধীনত শ্ৰমদান, অসম চৰকাৰৰ কাম নাই আদি শ্ল’গানেৰে মিছামাৰীৰ আকাশ - বতাহ কঁপাই তোলে প্ৰতিবাদকাৰী সকলে ৷ এই কাৰ্যসূচীতে শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি মন্তব্য কৰে যে, চৰকাৰৰ কথা আৰু কামৰ মাজত কোনো মিল নাই ৷ চৰকাৰৰ একাংশ প্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ জৰিয়তে যি উন্নয়নৰ কাম চলাই আছে সেই উন্নয়নে গাঁৱৰ দৰিদ্ৰ জনতাক ঢুকি নাপাই বুলিও তেওঁ দাবী কৰে ৷

কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ প্ৰতিবাদ : উত্তাল মিছামাৰী

একাংশ শ্ৰমিকে জৱকাৰ্ডৰ জৰিয়তে শ্ৰমদান কৰিছে যদিও আজি ১৫ মাহে মজুৰি লাভ কৰা নাই বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে শ্ৰমিক নেতা গৰাকীয়ে ৷ লাকোপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা দক্ষিন লাকোপাৰালৈ যোৱা পথটো অহা ত্ৰিশ দিনৰ ভিতৰত নিৰ্মাণ কৰাৰ লগতে মিছামাৰী অঞ্চলৰ লোকসকলৰ সমস্যাসমূহ অতিশীঘ্ৰে সমাধান নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে প্ৰশান্ত বৈশ্যই ৷

Intro:কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ মিছামাৰীত ।

শোণিতপুৰ জিলাৰ মিছামাৰীত আজি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ কৰ্ম কৰ্তা সকলে তীব্ৰ প্ৰতিবাদ জনায়৷আজি দিনৰ ১১.৩০ বজাত সংগঠনটোৰ দুই শতাধিক সদস্যই হাতে হাতে বেনাৰ প্লেকাৰ্ড লাকোপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা দক্ষিন লাকোপাৰা লৈকে পথ নিৰ্মাণ কৰক,মিছামাৰীৰ প্ৰতিটো এলেকাত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰক,প্ৰকৃত দৰিদ্ৰ পৰিয়ালক পি,এম,এ,ৱাই গৃহ প্ৰদান কৰক,জৱকাৰ্ড শ্ৰমিকক ১০০দিনৰ শ্ৰমদান প্ৰদান কৰক,অশোক সিংঘাল মুৰ্দাবাদ,অসম চৰকাৰৰ কাম নাই,কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি জিন্দাবাদ,নাৰী সুৰক্ষা সংগ্ৰাম সমিতি জিন্দাবাদ আদি শ্ল’গান দি মিছামাৰীৰ আকাশ বতাহ কপাই তুলে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে চৰকাৰৰ কথা আৰু কামাৰ মাজত মিল নাই৷চৰকাৰৰ একাংশ প্ৰতিনিধিয়ে মাত্ৰ সংবাদ মাধ্যম আৰু টিভিৰ পৰ্দাত উন্নয়নৰ কাম চলাই আছে৷এই উন্নয়নে গাৱঁৰ দৰিদ্ৰ জনতাক ঢুকি পুৱা নাই৷মিছামাৰীৰ বিভিন্ন সমস্যই তাৰ সত্যতা প্ৰমাণ কৰিছে৷লগতে কৃষক শ্ৰমিক নেতা বৈশ্যই কয় মিছামাৰী অঞ্চলত বাট পথৰ অৱস্থা অতিকৈ সূচনীয় ,প্ৰকৃত দৰিদ্ৰ পৰিয়ালে পি,এম,এ,ৱাই গৃহ লাভ কৰা নাই ,বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নাই,জৱকাৰ্ড শ্ৰমিকে শ্ৰমদান কৰিবলৈ সুবিধা পুৱা নাই,একাংশ শ্ৰমিকে কিছু দিন শ্ৰমদান কৰিছিল যদিও আজি ১৫ মাহে তেওঁলোকৰ মজুৰি পাবলৈ সক্ষম হোৱা নাই বুলি শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰৰ বিৰুদ্ধ অভিযোগ উত্থাপন কৰে৷লাকোপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা দক্ষিন লাকোপাৰালৈ যোৱা পথ আৰু পাতিদৈ ভেৰেলাৰ পৰা এক নং ধানমৰালৈ যোৱা পথ অহা ত্ৰিশ দিনৰ ভিতৰত নিৰ্মণ কৰাৰ লগতে মিছামাৰী অঞ্চলৰ প্ৰতিটো সমস্য অতিশীঘ্ৰে সমাধান কৰিবলৈ দাবী জনায়৷অন্যথা সংগঠনটোৱে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সকীয়াই দিয়ে৷

অমল নাথ, ঢেকিয়াজুলি ।Body:কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ মিছামাৰীত ।

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ মিছামাৰীত ।

অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.