ETV Bharat / state

এপিনে মন্ত্ৰীক আদৰাৰ প্ৰস্তুতি আনপিনে প্ৰতিবাদঃ তেজপুৰ মেডিকেল কলেজৰ অনুষ্ঠানত অথন্তৰ - protest

প্ৰাপ্য মজুৰি বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰিলে 127 গৰাকী চাফাই কৰ্মীয়ে ৷ বিগত তিনি মাহে বঞ্চিত হৈ থকা প্ৰাপ্য মজুলি মুকলি কৰি দিয়াৰ লগতে মজুৰি বৃদ্ধিৰ বাবে আৱেদন জনাবলৈ স্বাস্থ্যমন্ত্ৰী গৰাকীক লগ কৰিবলৈ কলেজখনৰ অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰ কলিতাৰ পৰা অনুমতি বিচাৰিছিল চাফাইকৰ্মীসকলে

এপিনে মন্ত্ৰী হিমন্তক আদৰাৰ প্ৰস্তুতি আনপিনে প্ৰতিবাদ, কিন্তু কিয়!
author img

By

Published : Jun 15, 2019, 11:06 PM IST

Updated : Jun 15, 2019, 11:35 PM IST

শোণিতপুৰ, 15 জুনঃ তেজপুৰ মেডিকেল কলেজত শনিবাৰে দেখা গ'ল দুই বিপৰীত দৃশ্য ৷ এপিনে যদি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজকীয়ভাৱে আদৰাৰ প্ৰস্তুতি আনপিনে মন্ত্ৰীজনৰ অহাৰ পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰিলে কলেজখনৰ চাফাই কৰ্মীয়ে ৷ প্ৰাপ্য মজুৰি বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰিলে 127 গৰাকী চাফাই কৰ্মীয়ে ৷ কলেজখনৰ চাফাই কৰ্মী মন্তব্য অনুসৰি, বিগত তিনি মাহে মজুৰিৰ পৰা বঞ্চিত হৈ থকা কৰ্মীসকলক শীঘ্ৰে প্ৰদান কৰাৰ লগতে মজুৰি বৃদ্ধিৰ বাবে স্বাস্থ্য মন্ত্ৰী গৰাকীক লগ কৰি জনোৱাৰ বাবে অনুমোদন বিচাৰিছিল কলেজখনৰ অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰ কলিতাৰ পৰা ৷ কিন্তু মন্ত্ৰী গৰাকীক লগ কৰাত অনুমোদন নিদিয়াৰ লগতে কলেজখনৰ অনুষ্ঠানলৈ যোৱাত বাধা প্ৰদান কৰে বুলি অভিযোগ উত্থাপন কৰে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে ৷

উল্লেখ্য যে, তেজপুৰ মেডিকেল কলেজত বিনামূলীয়া এম আৰ আই কেন্দ্ৰৰ লগতে ডায়েলাইচিছ কেন্দ্ৰৰ নৱ সংযোগ বাবে
শনিবাৰে কলেজখনত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

Intro:হিমন্তৰ অহাৰ পূৰ্বে তেজপুৰ মেডিকেল কলেজত চাফাই কৰ্মী পাপ্য দৰমহা বিচাৰি প্ৰতিবাদ।
আনপিনে ৰাজকীয় ব্যৱস্থাৰে সভা অনুষ্ঠিত কৰি তেজপুৰ মেডিকেল কলেজত বিনামূলীয়া এম আৰ আই কেন্দ্ৰৰ লগতে ডােয়লাইচিছ কেন্দ্ৰ নৱ সংযোগ আনপিনে মেডিকেল কলেজৰ ১২৭ গৰাকী চাফাই কৰ্মী পাপ্য দৰমহা বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ ।প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জিলা শ্ৰমিক সন্থাৰ সভাপতি শৈলেন্দ্ৰ নাথ, তেজপুৰ মেডিকেল কলেজৰ শাখাৰ সভাপতি বাপ্তুল ৰাভা সম্পাদক বুলেন দাসৰ লগতে কৰ্মচাৰী সকলে জানিব দিয়া মতে তেখেত সকলৰ তিনিমাহৰ দৰমহা লগতে মজুৰি বৃদ্ধিৰ বাবে স্বাস্থ্য মন্ত্ৰী গৰাকীক লগ কৰি জনোৱাৰ বাবে তেজপুৰ মেডিকেল কলেজৰ অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰ কলিতাক লগ অনুমোদন বিচাৰিছিল যদিও অনুমোদন নিদিয়াৰ লগতে উক্ত অনুষ্ঠানলৈ যোৱাত বাধা প্ৰদান কৰে বুলি উল্লেখ কৰে।
অমল নাথ, ঢেকিয়াজুলি । Body:হিমন্তৰ অহাৰ পূৰ্বে তেজপুৰ মেডিকেল কলেজত চাফাই কৰ্মী পাপ্য দৰমহা বিচাৰি প্ৰতিবাদ।
আনপিনে ৰাজকীয় ব্যৱস্থাৰে সভা অনুষ্ঠিত কৰি তেজপুৰ মেডিকেল কলেজত বিনামূলীয়া এম আৰ আই কেন্দ্ৰৰ লগতে ডােয়লাইচিছ কেন্দ্ৰ নৱ সংযোগ আনপিনে মেডিকেল কলেজৰ ১২৭ গৰাকী চাফাই কৰ্মী পাপ্য দৰমহা বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ ।প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জিলা শ্ৰমিক সন্থাৰ সভাপতি শৈলেন্দ্ৰ নাথ, তেজপুৰ মেডিকেল কলেজৰ শাখাৰ সভাপতি বাপ্তুল ৰাভা সম্পাদক বুলেন দাসৰ লগতে কৰ্মচাৰী সকলে জানিব দিয়া মতে তেখেত সকলৰ তিনিমাহৰ দৰমহা লগতে মজুৰি বৃদ্ধিৰ বাবে স্বাস্থ্য মন্ত্ৰী গৰাকীক লগ কৰি জনোৱাৰ বাবে তেজপুৰ মেডিকেল কলেজৰ অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰ কলিতাক লগ অনুমোদন বিচাৰিছিল যদিও অনুমোদন নিদিয়াৰ লগতে উক্ত অনুষ্ঠানলৈ যোৱাত বাধা প্ৰদান কৰে বুলি উল্লেখ কৰে।
অমল নাথ, ঢেকিয়াজুলি । Conclusion:
Last Updated : Jun 15, 2019, 11:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.