ETV Bharat / state

অচল অৱস্থাত নেকি তেজপুৰ পৌৰসভা ! - অসম নিউজ

তেজপুৰ চহৰৰ অন্তৰ্গত 19 ৱাৰ্ড সামৰি লোৱা পৌৰ সভাৰ জাৱৰ নিষ্কাষণৰ বাবে ক্ৰয় কৰা যান-বাহন থ’বলৈ ঠাইৰ অভাৱত পৰিছে তেজপুৰ পৌৰ সভা কৰ্তৃপক্ষ ৷ তাৰোপৰি যান-বাহনৰ জৰিয়তে চহৰৰ বিভিন্ন ক্ষেত্ৰৰ পৰা জাৱৰ নিষ্কাষণ কৰিবলৈ ব্যৱহাৰৰ কৰে তাত কৰ্মচাৰীৰ অভাৱ ৷

অচল অৱস্থাত নেকি তেজপুৰ পৌৰসভা!
author img

By

Published : May 6, 2019, 9:20 PM IST

শোণিতপুৰ, 6 মে': অচল অৱস্থাত পৰিছে নেকি তেজপুৰ পৌৰসভা ? তেজপুৰ চহৰৰ অন্তৰ্গত 19 ৱাৰ্ড সামৰি লোৱা পৌৰ সভাৰ জাৱৰ নিষ্কাষণৰ বাবে ক্ৰয় কৰা যান-বাহন থ’বলৈ ঠাইৰ অভাৱত পৰিছে তেজপুৰ পৌৰ সভা কৰ্তৃপক্ষ ৷ তাৰোপৰি যান-বাহনৰ জৰিয়তে চহৰৰ বিভিন্ন ক্ষেত্ৰৰ পৰা জাৱৰ নিষ্কাষণৰ বাবে তাত কৰ্মচাৰীৰ অভাৱ ৷ যাৰ বাবে ক্লিন এণ্ড গ্ৰীণ চিটি মৰ্যদা লাভ কৰা তেজপুৰ চহৰত বৰ্তমান জাৱৰৰ মাৰাত্মক দুৰ্গন্ধ ৷ তেজপুৰ এক্স পুলিচ লাইনৰ মূল পথত থকা ডাষ্টবিন চাৰিওফালে জাৱৰ দম ৷ কিন্তু আঁতৰাবলৈ নাই কৰ্মচাৰী ৷ আনহাতে,যি সকল কৰ্মচাৰী কৰ্মত নিয়োজিত হৈ আছে সেই সকলেও সময় অনুযায়ী নিয়মীয়া দৰমহাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷ ফলত দুৰ্ভোগ ভুগিছে সাধৰণ ৰাইজে ৷

Intro:তেজপুৰ,৬ মে' : আচল অৱস্থাত পৰিছে নেকি তেজপুৰ পৌৰ সভা ? তেজপুৰ চহৰৰ অন্তৰ্গত ১৯ ৱাৰ্ড সামৰি লোৱা পৌৰ সভাৰ জাৱৰ নিষ্কাষণ ৰ বাবে অনা কেইবাখনো নতুন যান বাহনৰ বৰ্ত্তমান থবলৈ ঠাইৰ অভাৱত পৰিছে পৌৰ সভা কৰ্তৃপক্ষই আৰু যি সমূহ যান বাহনৰ জৰিয়তে চহৰৰ বিভিন্ন ক্ষেত্ৰৰ পৰা নিষ্কাষণ কৰিবলৈ ব্যৱহাৰৰ কৰে তাত কৰ্মচাৰীৰ অভাৱ ।

Body:ক্লিন এণ্ড গ্ৰীণ চিটি মৰ্যদা লাভ কৰিবলৈ সক্ষম হোৱা তেজপুৰ চহৰৰ বৰ্তমান জাৱৰ মাৰাত্মক দুৰগোন্ধ ত পথচাৰী ৰ হাৰাশাস্তি হৈছে ।
তেজপুৰ এক্স পুলিচ লাইনৰ এইয়া মূল পথৰ ওপৰত ঈদ5পৰি ৰৈছে ডাছবিন ৰ চাৰিও কাষে জাৱৰ দম ।কিন্তু আঁতৰাবলৈ নাই কৰ্মচাৰীৰ ।
উল্লেখযোগ্য যে যি সকল কৰ্মচাৰী কৰ্ম নিয়োজিত হৈ আছে সেই সকলেও সময় অনুযায়ী নিয়মীয়া দৰমহাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হোৱা পৰিলক্ষিত হয় ।
ইফালে বৰ্তমান নতুনকৈ জাৱৰ নিষ্কাষণ কৰিবলৈ অনা গাড়ী সমূহৰ বাবে নাই কৰ্মমচাৰী , যাৰ বাবে প্ৰয়োজনীয় নতুন কৰ্মচাৰীৰ ।কিন্তু প্ৰশ্ন হয় নতুন কৰ্মচাৰী ৰ বাবে ধন অৱন্তন কৰাটো ।
আৰু হয়তো সেই বাবেই এইদৰে চহৰৰ ভিন্ন ঠাইত এতিয়া এইদৰে পথাৰ দাঁতিতে পৰি ৰৈছে দুৰ্গন্ধময় জাৱৰ ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম।
তেজপুৰ ।
৬/৫/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.