তেজপুৰ , 20 নৱেম্বৰঃ তেজপুৰ চহৰৰ মাজমজিয়াত বুধবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ চহৰখনৰ পৰা 100 মিটাৰ দূৰত্বৰ ঢৌদী বাংলাত হঠাৎ অগ্নিকাণ্ডটো সংঘটিত হোৱাত স্থানীয় লোকৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হয় ৷ বৈদ্যুতিক চৰ্ত চাৰ্কিটৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ অগ্নিকাণ্ডটোত কথমপি প্ৰাণ ৰক্ষা পৰে 15 জনকৈ লোকৰ ৷ তেজপুৰ আৰক্ষীৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰাত বিস্তৰ ক্ষতি সাধনৰ ৰক্ষা পৰে অঞ্চলটো ৷
তেজপুৰ চহৰত ভয়ংকৰ অগ্নিকাণ্ড - fire break out in tezpur
জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে 4 মহলীয়া অট্টালিকা ৷ কথমপি প্ৰাণ ৰক্ষা 15 জনকৈ লোকৰ ৷
তেজপুৰৰ অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা 15 জন লোকৰ
তেজপুৰ , 20 নৱেম্বৰঃ তেজপুৰ চহৰৰ মাজমজিয়াত বুধবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ চহৰখনৰ পৰা 100 মিটাৰ দূৰত্বৰ ঢৌদী বাংলাত হঠাৎ অগ্নিকাণ্ডটো সংঘটিত হোৱাত স্থানীয় লোকৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হয় ৷ বৈদ্যুতিক চৰ্ত চাৰ্কিটৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ অগ্নিকাণ্ডটোত কথমপি প্ৰাণ ৰক্ষা পৰে 15 জনকৈ লোকৰ ৷ তেজপুৰ আৰক্ষীৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰাত বিস্তৰ ক্ষতি সাধনৰ ৰক্ষা পৰে অঞ্চলটো ৷
Intro:তেজপুৰ,20 নৱেম্বৰ: তেজপুৰ চহৰৰ মাজ মজিয়াত ভয়ংকৰ অগ্নিকাণ্ড । চাৰি মহলীয়া ডালনত হঠাৎ হোৱা দুদুৱা । কথমপি প্ৰাণ ৰক্ষা তিনিটা পৰিয়ালৰ প্ৰায় 15 জনৰ ।
Body:নিশা প্ৰায় 9:30 বজাত তেজপুৰ চহৰৰ সদৰ থানাৰ প্ৰায় 100 মিতাৰ দূৰত্বত থকা টৌদী বাংলাত হঠাৎ সংহতি ত অগ্নিকাণ্ড । স্থানীয় লোকৰ সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰাণ ৰক্ষা 15 জন লোকৰ । সন্দেহ কৰা মতে বৈদ্যুতিক চৰ্ত চাৰ্কিট ৰ ফলতেই সংহতিৰ কাৰণ হব পাৰে বুলি সদৰী কৰে স্থানীয় লোকে ।
bite : লোকেল, পৰাশ চহা ।
Bite: ওচৰ চুবুৰীয়া ।
তেজপুৰ আৰক্ষীৰ অগ্নি নিৰ্বাকক বাহিনীৰ দুখন বাহনৰ জৰিয়তে নিৰ্বাপন কৰা হয় যদিও কোনো লোকৰ ক্ষতি সাধন হোৱাৰ পৰা ৰক্ষা পৰে ।
Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
20/11/19