তেজপুৰ, 13 জুনঃ অৰুণাচলৰ নিৰ্দিষ্ট স্থানত উপস্থিত হৈছে বায়ুসেনাৰ বিমানৰ উদ্ধাৰকাৰী দল ৷ গ্যাতে গাঁৱৰ পৰা বহু কিলোমিটাৰ নিলগত থকা পায়ুম পাহাৰলৈ যাবলৈ প্ৰয়োজন হ'ব পাৰে অধিক সময় ৷ এই কথা প্ৰকাশ কৰিছে ছিয়াং জিলাৰ উপায়ুক্ত ৰাজীৱ তাকুৱে ৷ এই সন্দৰ্ভত ৰাজীৱ তাকুৱে ইটিভি ভাৰতক কি ক’লে শুনো আহক ...
উদ্ধাৰ কাৰ্যত লাগিব পাৰে অধিক সময় - Assa, News
AN-32ৰ সন্ধান পোৱাৰ পিচটো উদ্ধাৰ কাৰ্যত লাগিব পাৰে অধিক সময় ৷
উদ্ধাৰ কাৰ্য্য
তেজপুৰ, 13 জুনঃ অৰুণাচলৰ নিৰ্দিষ্ট স্থানত উপস্থিত হৈছে বায়ুসেনাৰ বিমানৰ উদ্ধাৰকাৰী দল ৷ গ্যাতে গাঁৱৰ পৰা বহু কিলোমিটাৰ নিলগত থকা পায়ুম পাহাৰলৈ যাবলৈ প্ৰয়োজন হ'ব পাৰে অধিক সময় ৷ এই কথা প্ৰকাশ কৰিছে ছিয়াং জিলাৰ উপায়ুক্ত ৰাজীৱ তাকুৱে ৷ এই সন্দৰ্ভত ৰাজীৱ তাকুৱে ইটিভি ভাৰতক কি ক’লে শুনো আহক ...
Exclusive Pix : Please Mark pix .
প্ৰতিকূল বতৰে ব্যাঘাট জন্মাইছে উদ্ধাৰ কাৰ্যত
৪ দিনৰো প্ৰয়োজন হয় পদপথৰে , ধ্বংসাৱশেসৰ পৰা যথেষ্ট দূৰত পৰ্বতাৰোহীৰ অৱতৰন আৰু বাহৰ পাতিছে ৷
তেজপুৰ ,১৩ জুন : মুঠ 15 জনীয়া পৰ্বত আৰোহীৰ উদ্ধাৰকাৰী দল হেলিকপ্তাৰৰে বায়ু সেনাৰ বিমান ধ্বংসাৱেশৰ নিলগত অৱতৰন কৰাৰ পিছৰে পৰা গ্ৰাউণ্ডৰ পৰা কোনো তথ্য পাবলৈ সক্ষম হোৱা নাই ৷ মাত্ৰ কেইজনমানহে ধ্বংসাৱেশৰ ঠাইত উপস্থিত হৈছিল বুধবাৰে ৩ বজাত কিছু সময়ৰ পিছত আনসকলো উপস্থিত হয় ৷ পৰ্বত আৰোহীৰ ৯ জন বায়ু সেনাৰ ,৪ জন সেনা বাহিনীৰ আৰু ২ জন ৰাজ্যিক প্ৰশাসনৰ লোক ৷ সকলো উপস্থিত হৈ তাত সমগ্ৰ প্ৰস্ততিৰ বাবে কেম্প কৰি আছে ,আৰু তেওলোকে তথ্য প্ৰেৰন কৰিৰাৰ পিছত হে সেনা বা বায়ু সোনা আৰু অৰুনাচল প্ৰশাসনে সমগ্ৰ বিষয়ৰ ওপৰত তথ্য দিব পাৰিব ৷
সমগ্ৰ অভিযানত ভাগ লোৱা চিয়াং জিলাৰ উপায়ুক্ত ৰাজীৱ তাকুৱে ETV Bharat Assam ৰ লগত ফোনযোগে উদ্ধাৰ কাৰ্যৰ বিষয়ে সবিশেষ জনায় ৷ (Phono Record).
MI-17 অৰু ALH হেলিকপ্তাৰে এয়াৰ দ্ৰপিং কৰি উদ্ধাৰকাৰী দল অভিযানৰ বাবে পায়ুমৰ অঞ্চলত প্ৰৱেশ কৰে ৷ সেনাবাহিনীৰ বৃহৎ দল তাটুৰ পায়ুমলৈ ৰাওনা হয় বুধবাৰে ৷
ভাৰতীয় বায়ু সেনা বাহিনীৰ বিমান খন ৩ জুন সোমবাৰে যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশিলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ মেচুকাৰ পৰা ৫০ কিঃমিঃ নিলগত তাটু পাহাৰৰ পায়ুঙ নামৰ ঠাইত আৰু গ্যাতে গাওঁৰ পৰা প্ৰায় ১৩ কিঃ মিঃ নিলগত ভগ্নাৱশেষ দেখি সেই অঞ্চলত উদ্ধাৰ কাৰী দল গৈছে ৷
তাটু পাহাৰ ১২০০০ ফুট উচ্চতাত চি য়মি আৰু চিয়াং জিলাত লিপো অঞ্চলৰ পৰা ১৬ কিঃমিঃ উত্তৰে সন্ধান পাইছে দুৰ্ভগীয়া বায়ু সেনাৰ মাল বাহী জাহাজৰ ৷