ETV Bharat / state

পৰ্যটন ক্ষেত্ৰক আগবঢ়োৱাৰ লক্ষ্য ভালুকপুঙৰ বিধায়ক খুমশী ছিদ্দিছ'ৰ - অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাখনৰ পৰ্যটন ক্ষেত্ৰক আগবঢ়াই নিয়াত অৰুণাচল প্ৰদেশৰ চৰকাৰে হাতত লৈছে যথেষ্ট পৰিকল্পনা । এই পৰ্যটনৰ দিশ সামৰি কামেং নদীৰ পাৰত ভালুকপুঙৰ বিধায়ক খুমশী ছিদ্দিছ'ৰ সৈতে ই টি ভি ভাৰতৰ সাংবাদিকৰ বিশেষ সাক্ষাৎকাৰ .....

exclusive interview with bhalukpong M.L.A
পৰ্যটন ক্ষেত্ৰক আগবঢ়োৱাৰ লক্ষ্য ভালুকপুঙৰ বিধায়ক খুমশী ছিদ্দিছ'ৰ
author img

By

Published : Feb 29, 2020, 4:22 PM IST

Updated : Feb 29, 2020, 5:30 PM IST

তেজপুৰ,২৯ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ কামেং নদীত ৰাফটিঙৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ ৷ ভালুকপুঙৰ চাৰিদুৱাৰ টাৱাং সংলগ্ন পথৰ কাষত অৱস্থিত কামেং নদীৰ সৌন্দৰ্যই আকৰ্ষিত কৰে পৰ্যটকক ৷ ভালুকপুঙৰ কাষতে এছিয়াৰ দ্বিতীয় বিখ্যাত অৰ্কিড গৱেষণা কেন্দ্ৰ আৰু চেঁচাৰ সংৰক্ষণ এলেকা বহুতো দেশী বিদেশী পৰ্যটকৰ পৰ্যটনৰ কেন্দ্ৰবিন্দু । ভালুকপুঙৰ টেঙাভেলীত অৱস্থিত ইগলনেছ বাৰ্ড ছেনচুৰীত মাৰ্চ মাহৰ 21 তাৰিখৰ পৰা 23 তাৰিখলৈকে মহোৎসৱৰ আয়োজন কৰা হৈছে ।

কামেং নদীৰ পাৰত ভালুকপুঙৰ বিধায়ক খুমশী ছিদ্দিছ'ৰ সৈতে ই টি ভি ভাৰতৰ সাংবাদিকৰ বিশেষ সাক্ষাৎকাৰ

ভালুকপুঙৰ বিধায়ক খুমশী ছিদ্দিছ'য়ে জানিবলৈ দিয়া অনুসৰি, অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাখনৰ পৰ্যটন ক্ষেত্ৰক আগবঢ়াই নিয়াত অৰুণাচল প্ৰদেশৰ চৰকাৰে হাতত লৈছে যথেষ্ট পৰিকল্পনা ।

ৰাজ্যখনৰ পৰ্যটনৰ সকলো দিশ সামৰি কামেং নদীৰ পাৰত ভালুকপুঙৰ বিধায়ক খুমশী ছিদ্দিছ'ৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিকৰ বিশেষ সাক্ষাৎকাৰ ৷

লগতে পঢ়কঃকিছু পৰিমাণে সুস্থ হৈ উঠিছে জুবিন গাৰ্গ

Last Updated : Feb 29, 2020, 5:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.