তেজপুৰ,14 নৱেম্বৰঃ নামেৰী ইক' কেম্পলৈ সোঁত বৈছে বিদেশী পৰ্যটকৰ । নামেৰীৰ নিজৰ এক সুকীয়া বৈশিষ্ট্য আছে ৷ শেহতীয়াকৈ নামেৰী উদ্যান ভ্ৰমণৰ বাবে অহা এগৰাকী ইংলেণ্ডৰ পৰ্যটকে সৈতে ই টি ভাৰতৰ সাংবাদিকৰ হোৱা সাক্ষাৎকাৰত পৰ্যটক গৰাকীয়ে জনালে যে, ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু অসম অতিকৈ আকৰ্ষণীয়৷ পলগতে জীয়া ভৰলী নদীৰ 'ৰাফটিং' কৰি যথেষ্ট আনন্দিত বুলিও প্ৰকাশ কৰে পৰ্যটকগৰাকীয়ে ৷
নামেৰী ইক' কেম্পত বিদেশী পৰ্যটকৰ ভিৰ - জীয়া ভৰলী নদী
নানা ধৰণৰ ৰং বিৰঙৰ চৰাইৰ কাকলিত এতিয়া মুখৰিত হৈ পৰিছে জীয়া ভৰলীৰ পাৰ ৷
নামেৰী ইক' কেম্প
তেজপুৰ,14 নৱেম্বৰঃ নামেৰী ইক' কেম্পলৈ সোঁত বৈছে বিদেশী পৰ্যটকৰ । নামেৰীৰ নিজৰ এক সুকীয়া বৈশিষ্ট্য আছে ৷ শেহতীয়াকৈ নামেৰী উদ্যান ভ্ৰমণৰ বাবে অহা এগৰাকী ইংলেণ্ডৰ পৰ্যটকে সৈতে ই টি ভাৰতৰ সাংবাদিকৰ হোৱা সাক্ষাৎকাৰত পৰ্যটক গৰাকীয়ে জনালে যে, ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু অসম অতিকৈ আকৰ্ষণীয়৷ পলগতে জীয়া ভৰলী নদীৰ 'ৰাফটিং' কৰি যথেষ্ট আনন্দিত বুলিও প্ৰকাশ কৰে পৰ্যটকগৰাকীয়ে ৷
Intro:EXCLUSIVE :
DL :USE DOUBLE WINDOWS
তেজপুৰ,১৪ নৱেম্বৰ: পৰ্যটনৰ আকৰ্ষণ স্থলী অসম অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান ।নানা ধৰণৰ ৰং বিৰঙৰ চৰাইৰ কাকলি ত এতিয়া মুখৰিত হৈ পৰিছে জীয়া ভৰলী নদীৰ পাৰত অৱস্থিত এই উদ্যানত ।
Body:আৰম্ভ হৈছে বিদেশী পৰ্যটকৰ ভিৰ নামেৰী "ইক কেম্পত" ।নামেৰী এক সুকীয়া বৈশিষ্ট্য আছে যে এই উদ্যান বন্ধ নহয় । এগৰাকী ইংলেণ্ডৰ পৰ্যটকৰ লগত আমি ETV Bharata ৰ তৰফৰ পৰা কথা পাতিবলৈ সুযোগ পাইছিলোঁ ।তেওঁ জনালে যে ভাৰত বৰ্ষৰ ভিতৰত অন্যতম উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ আৰু অসম অতিকৈ আকৰ্ষণীয় পৰ্যটনৰ ঠাই । আৰু সেই বাবেই তেওঁ বিদেশী পৰ্যটকক আহ্বান জনাইছে যে নামেৰী লৈ আহক আৰু ইয়াৰ জীয়া ভৰলী নদীৰ ৰাফটিং ত ভাগ লওক আৰু ৰাফটিং কৰি তেওঁ নিজেও আনন্দিত । চাওঁ আহক আমাৰ এই প্ৰতিবেদন ।
DL । use Double windos ।
প্ৰণৱ কুমাৰ দাস
তেজপুৰ ।
১৪/১১/১৯
Conclusion: