ETV Bharat / state

শোণিতপুৰ জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত - Elephant human conflict

শোণিতপুৰ জিলাৰ বনাঞ্চল সমূহ ধ্বংস হোৱাৰ পৰিণতিত দ্ৰুত গতিত খাদ্য অভাৱ ঘটাৰ লগতে অভাৱ ঘটিছে বন্যহস্তীৰ আৱাসস্থল । ইয়াৰ ফলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা বনৰীয়া হাতীকেইটা জনাঞ্চললৈ ওলাই অহাৰ পিচতেই জিলাখনত হাতী-মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে।

Elephant human conflict continues in Sonitpur district
শোণিতপুৰ জিলাত অব্যাহত আছে হাতী মানুহৰস সংঘাত
author img

By

Published : Dec 31, 2020, 2:27 PM IST

Updated : Dec 31, 2020, 5:31 PM IST

ৰঙাুপাৰা, 31 ডিচেম্বৰ: মানৱ জাতিৰ ভোগবাদী সংষ্কৃতি কৱলত পৰি ক্ৰমাৎ ধ্বংস হৈছে বনাঞ্চল, ধ্বংস হৈছে জীৱকূলৰ লগত মানুহৰ সম্পৰ্ক ৷ শোণিতপুৰ জিলাৰ বনাঞ্চল সমূহ ধ্বংস হোৱাৰ পৰিণতিত দ্ৰুত গতিত খাদ্য অভাৱ ঘটাৰ লগতে অভাৱ ঘটিছে বন্যহস্তীৰ আৱাসস্থল ।

শোণিতপুৰ জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত

ইয়াৰ ফলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা বনৰীয়া হাতীকেইটা জনাঞ্চললৈ ওলাই অহাৰ পিচতেই জিলাখনৰ ৰঙাপাৰাত হাতী-মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে। চলিত বৰ্ষত হাতী-মানুহৰ সংঘাতৰ ফলত বৰ্তমানলৈকে জিলাখনৰ ৰঙাপৰাত ৫ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে ৷ ইয়াৰ বিপৰীতে জিলাখনত বিভিন্ন কাৰণত ৪ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছে । লগতে বনৰীয়া হাতীয়ে অঞ্চলটোৰ ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি লক্ষাধিক টকাৰ সম্প্ৰতি ক্ষতি সাধন কৰিছে ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি বন বিভাগৰ বন কৰ্মীৰ সংখ্যাগত দুৰ্বলতা আৰু হাতী-মানুহৰ সংঘাট প্ৰতিৰোধৰ বাবে সু পৰিকল্পনাৰ অভাৱৰ বাবেই জিলাখনৰ বিভিন্ন ঠাইত আজিও অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । পৰিণতিত প্ৰত্যেক দিনেই হাতী-মানুহৰ সংঘাটে চৰম সীমা অতিক্ৰম কৰিছে ।

লগতে পঢ়কপহিলা জানুৱাৰীৰ পৰা মুকলি অসম ৰাজ্যিক চিৰিয়াখানা

Last Updated : Dec 31, 2020, 5:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.