ETV Bharat / state

অৰ্থনৈতিক অস্থিৰতাই প্ৰভাৱিত কৰিছে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীক ? - ডিজিটেল পেমেণ্ট

বৰ্তামানো গাঁৱৰ বহু ব্য়ৱসায়ীৰ মাজত নাই ডিজিটেল পেমেণ্টৰ ব্যৱস্থা । যাৰ বাবে এই লক্ ডাউনৰ সময়চোৱাত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে এইসকল ব্যৱসায়ী ।

economical crisis among businessmans due to lockdown

author img

By

Published : Apr 29, 2020, 10:14 AM IST

তেজপুৰ, 29 এপ্ৰিলঃ লক্ ডাউনৰ ফলত একপ্ৰকাৰে স্থবিৰতা আহি পৰিছে দেশৰ অৰ্থনৈতিক উন্নয়নলৈ । ফলত ব্যৱসায়িক ক্ষেত্ৰখনে ক্ৰমান্বয়ে গতি কৰিছে মন্দাৱস্থাৰ দিশে । ইয়াৰ মাজতে আন এক সমস্যাই দেখা দিছে একাংশ ব্যৱসায়ীৰ মাজত । একাংশ ব্যৱসায়ীৰ মতে, লক্ ডাউনৰ ফলত বেংকত জমা দিয়া ধন আৰু পাবলৈ থকা ধনৰ ক্ষেত্ৰত যিটো ৰ'টেশ্যন হয় তাত ব্যাপক প্ৰভাৱ পৰিছে । কাৰণ গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত নাই ডিজিটেল পেমেণ্টৰ উপায় । যাৰ বাবে বৰ্তমান বাহিৰৰ পৰা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোক ।

অৰ্থনৈতিক অস্থিৰতাই প্ৰভাৱিত কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীক

লগতে পঢ়কঃ এটা আলু, একাপ দালি, এক কেজি চাউল ! সৰৱ প্ৰফুল্ল কুমাৰ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.