ETV Bharat / state

তেজপুৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা!

তেজপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰিজনকৈ ড্ৰাগছ সেৱনকাৰী

তেজপুৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা
author img

By

Published : May 7, 2019, 5:22 PM IST

তেজপুৰ,৭ মেঃ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ কৱলত সাংস্কৃতিক নগৰী তেজপুৰ। বৰ্তমানলৈকে তেজপুৰত আৰক্ষীয়ে আটক কৰিছে চাৰি জনকৈ ড্ৰাগছ সেৱনকাৰী। সোমবাৰে নিশা তেজপুৰ আৰক্ষীৰ অভিযানত জব্দ কৰা এখন স্কুটি নিবলৈ আহি আৰক্ষীৰ ওচৰৰ পৰা কৌশলেৰে পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰীতম চৰকাৰ ওৰফে কাই নামৰ এজন যুৱকক।

তেজপুৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা

আনহাতে, চহৰ খনৰ একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজতো দেখা গৈছে ড্ৰাগছৰ প্ৰচলন। কিছুদিন পূৰ্বে তেজপুৰ মহাবিদ্যালয়ৰ একাংশ যুৱক আৰু ৰাইজে মাজগাওঁ অঞ্চলত এটা অবৈধ ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰি কৃষ্ণ নাথ নামৰ ব্যৱসায়ী জনক আৰক্ষীৰ হাতত গতাই দিছিল যদিও এতিয়াও অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ।

Intro: তেজপুৰ,৭মে: ডিব্ৰুগড় গুৱাহাটীৰ পিছত এই বাৰ অসমৰ সাংস্কৃতিক নগৰী তেজপুৰ চহৰ ভয়াবহ ড্ৰাগছৰ কবলত ।এই মুহূৰ্তলৈকে তেজপুৰত আটক কৰিছে চাৰি জনকৈ এই মাৰাত্মক ড্ৰাগছৰ সেৱণ কাৰি ।
যোৱা নিশা তেজপুৰ আৰক্ষীৰ অভিযানত জব্দ কৰা স্কুটি এখন নিবলৈ আহি আৰক্ষী ৰ ওচৰ ত কৌশলেৰে পলাবলৈ চেষ্টা কৰা সময়তে ড্ৰাগছ সেৱন কৰা প্ৰীতম চৰকাৰ ওৰফে কাই নামৰ এজন যুৱক আৰক্ষী য়ে গ্ৰেপ্তাৰ কৰে ।

ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা তেজপুৰ চহৰত । চহৰখনৰ বিভিন্ন স্থানত একাংশ মহাবিদ্যালযৰ ছাত্ৰ ছাত্ৰী আসক্ত হৈছে নিচাযুক্ত সামগ্ৰীৰ আৰু ড্ৰাগছ ৰ প্ৰতি ।
কুম্ভ কৰ্ণ নিদ্ৰাত তেজপুৰ আৰক্ষী । কিছু দিন পূৰ্বে তেজপুৰ মহাবিদ্যালয় ৰ একাংশ যুৱক আৰু ৰাইজে মাজগাওঁ অঞ্চলত এটা অবৈধ ড্ৰাগছৰ ঘাটি উদ্ধাৰ কৰি কৃষ্ণ নাথ নামৰ ব্যবসায়ী জনক আৰক্ষীৰ হাতত গতাই দিছিল যদিও এতিয়াও অব্যাহত আছে ড্ৰাগছ ।

Body:ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা তেজপুৰ চহৰখনৰ বিভিন্ন স্থানত একাংশ মহাবিদ্যালযৰ ছাত্ৰ ছাত্ৰী আসক্ত হৈছে নিচাযুক্ত সামগ্ৰীৰ আৰু ড্ৰাগছ ৰ প্ৰতি ।
কুম্ভ কৰ্ণ নিদ্ৰাত তেজপুৰ আৰক্ষী । কিছু দিন পূৰ্বে তেজপুৰ মহাবিদ্যালয় ৰ একাংশ যুৱক আৰু ৰাইজে মাজগাওঁ অঞ্চলত এটা অবৈধ ড্ৰাগছৰ ঘাটি উদ্ধাৰ কৰি কৃষ্ণ নাথ নামৰ ব্যবসায়ী জনক আৰক্ষীৰ হাতত গতাই দিছিল যদিও এতিয়াও অব্যাহত আছে ড্ৰাগছ এই বেহা ।
আজি প্ৰীতম নামৰ এই যুৱক জনে কেমেৰাৰ সন্মুখত কিদৰে ড্ৰাগছ সেৱন কৰে আৰু কৰ পৰা সৰবৰাহ কৰা হয় সম্পূৰ্ণ তথ্য ডাঙি ধৰে ।
এক গ্ৰাম ড্ৰাগছ ৫০০ টকাত ক্ৰয় কৰি সেৱন কৰা এই যুৱক জনে গুৱাহাটীৰ পৰা তেজপুৰ লৈ এক বৃহৎ চক্ৰ ৰ জৰিয়তে কিদৰে নিতৌ আমদানি হৈ আহিছে এই বিষয়ে স্বীকাৰ কৰে ।
Byte: ড্ৰাগছ সেৱন কাৰী । প্ৰীতম চৰকাৰ ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম ।
তেজপুৰ ।
৭/৫/১৮
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.