ETV Bharat / state

দুৰ্গা পূজাৰ মাজতে তেজপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান - নগাঁৱৰ চুলুং

শোণিতপুৰ আৰক্ষীয়ে শালনিবাৰী,মাজগাওঁ আৰু নগাঁৱৰ চুলুং অঞ্চলৰ পৰা ছাত্ৰকে ধৰি ১৩ টাকৈ ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰী আটক কৰে । ড্ৰাগছ ব্যবসায় চলাই অহা আব্দুল মালেক নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে। এই ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ১৩ টা ড্ৰাগছ কন্টেইনাৰ, চাৰিটা চিৰিঞ্জ আৰু নগদ ধন সহ ১৭টা ম’বাইল জব্দ কৰে ৷

Drugs peddlers Arrested at  tezpur
দুৰ্গা পূজাৰ মাজতে তেজপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
author img

By

Published : Oct 24, 2020, 7:17 PM IST

তেজপুৰ,২৪ অক্টোবৰঃ শোণিতপুৰত শেহতীয়াকৈ ভয়াবহ ভাৱে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা। ড্ৰাগছৰ গ্ৰাসত পৰিছে বিশেষকৈ স্কুল আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ।

Drugs peddlers Arrested at  tezpur
দুৰ্গা পূজাৰ মাজতে তেজপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

শোণিতপুৰ আৰক্ষীয়ে শালনিবাৰী,মাজগাওঁ আৰু নগাঁৱৰ চুলুং অঞ্চলৰ পৰা ছাত্ৰকে ধৰি ১৩ টাকৈ ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰী আটক কৰে । ড্ৰাগছ ব্যবসায় চলাই অহা আব্দুল মালেক নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে। এই ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ১৩ টা ড্ৰাগছ কন্টেইনাৰ, চাৰিটা চিৰিঞ্জ আৰু নগদ ধন সহ ১৭টা ম’বাইল জব্দ কৰে ৷

দুৰ্গা পূজাৰ মাজতে তেজপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

উল্লেখযোগ্য যে, নগাঁও জিলাৰ মুক্তাব আলি নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনে চুলুঙৰ আব্দুল মালেকক বিক্ৰী কৰিবলৈ যোগান ধৰে ড্ৰাগছ । তেজপুৰৰ পৰা প্ৰতিদিনে ৫/৬জন যুৱকে চুলুঙৰ আব্দুল মালেকৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰি তেজপুৰৰ বহু আধ্যৱন্ত ঘৰৰ যুৱক-যুৱতীক ড্ৰাগছ বিক্ৰী কৰে। লক্ষ্যনীয়ভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 13 জন যুৱকৰ অধিকাংশই শিক্ষাৰ্থী। এনে পৰিপেক্ষিতত নিজৰ সন্তানৰ প্ৰতি কঠোৰভাৱে চকু দিবলৈ অভিভাৱকক আহ্বান জনাইছে শোণিতপুৰ আৰক্ষীয়ে ৷

লগতে পঢ়কঃ মুম্বাইত দেহ ব্যৱসায় চক্ৰ উৎখাতঃ তিনি গৰাকী যুৱতী উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.