ETV Bharat / state

কৰ'ণাৰ হট স্পট হিচাবে চিহ্নিত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখা

author img

By

Published : Jun 13, 2020, 12:40 AM IST

শুকুৰবাৰে পুনৰ শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখাৰ মহিলা কৰ্মচাৰীকে ধৰি দুজনৰ শৰীৰত ধৰা পৰে COVID-19 ৷ কৰ্মচাৰী দুগৰাকী হৈছে ৫৫ বছৰীয়া ৰীমা কোঁৱৰ আৰু ৫০ বছৰীয়া দয়াল চন্দ্ৰ দাস ৷

কৰ'ণাৰ হটস্পট হিচাবে চিহ্নিত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখা

তেজপুৰ,১২ জুন: কৰ'ণাৰ হট স্পট হিচাবে চিহ্নিত হৈছে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখা । শুকুৰবাৰে পুনৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখাৰ মহিলা কৰ্মচাৰীকে ধৰি দুজনৰ শৰীৰত ধৰা পৰে COVID-19 ৷ ইয়াৰ পূৰ্বেও কাৰ্যালয়টোৰ দুগৰাকী কৰ্মচাৰী তিলক পাঠক আৰু গৃহৰক্ষী জোৱান প্ৰফুল্ল নাথ ক'ৰণাত আক্ৰান্ত হৈছিল ।

শুকুৰবাৰে এই ভাইৰাছ ধৰা পৰা কৰ্মচাৰী দুগৰাকী হৈছে ৫৫ বছৰীয়া ৰীমা কোঁৱৰ আৰু ৫০বছৰীয়া দয়াল চন্দ্ৰ দাস ৷ দুয়োগৰাকী হোটেল গ্ৰেণ্ড ছিটিত বৃহস্পতিবাৰৰ পৰা কোৱাৰেণ্টাইনত আছিল ৷

লগতে পঢ়কঃ পুত্ৰক উভতাই বিচাৰি হুক হুকাই কান্দি উঠিল মাতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.