ETV Bharat / state

সাংবাদিক আক্ৰমণৰ ঘটনাক চিপিআই(এম) ৰ গৰিহণা - ৰাজেন ডেকা আক্ৰমণ প্ৰসংগ

ৰাজ্যত চৌদিশে সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা চিপিআই(এম) আৰু চিটুৰ ৰঙাপৰা আঞ্চলিক সমিতিৰ । সমিতিৰ সভাপতি ৰবীন তামুলীৰ মন্তব্য, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণ চলোৱাটো দুৰ্ভাগ্যজনক । এনে ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান দাবী ৰবীন তামুলীৰ ।

CPI(M) CONDEMS ATTACKS ON JOURNALISTS
author img

By

Published : Apr 29, 2019, 10:17 PM IST

ৰঙাপৰা, ২৯ এপ্ৰিল: ৰাজ্যত চৌদিশে সংঘটিত হোৱা সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা জনাইছে চিপিআই(এম) দলে । নলবাৰীৰ মুকালমুৱাৰ 'দৈনিক অসম' কাকতৰ সাংবাদিক ৰাজেন ডেকাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সাংবাদিকৰ ওপৰত সঘনে সংঘটিত হৈ আহিছে এনে ঘটনা । চিটুৰ ৰঙাপৰা আঞ্চলিক সমিতিৰ সম্পাদক আৰু জিলা সমিতিৰ সভাপতি ৰবীন তামুলীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত একাংশ ৰাজনৈতিক নেতা - কৰ্মীয়ে আক্ৰমণ চলোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ।

CPI(M) CONDEMS ATTACKS ON JOURNALISTS

সেয়েহে ৰাজ্য চৰকাৰক সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও দাবী জনাই সমিতিয়ে । লগতে এনে ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈও আহ্বান জনোৱা হয় ।

Intro:ৰাজ্যত সাংবাদিক নিগ্ৰহৰ ঘটনাক চি পি আই (এম)ৰ গৰিহণা।Body:ৰঙাপৰাঃ নলবাৰীৰ মুকালমুৱাৰ 'দৈনিক অসম' কাকতৰ সাংবাদিক ৰাজেন ডেকাৰ লগতে ভিন্ন প্ৰান্তত সাংবাদিকৰ ওপৰত সংঘটিত হোৱা ঘটনাক চি পি আই (এম)য়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। চিটুৰ ৰঙাপৰা আঞ্চলিক সমিতিৰ সম্পাদক আৰু জিলা সমিতিৰ সভাপতি ৰবীন তামুলীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত একাংশ ৰাজনৈতিক নেতা-কৰ্মীয়ে আক্ৰমণ চলোৱাটো দুৰ্ভাগ্যজনক। সেয়েহে ৰাজ্য চৰকাৰক সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাই। লগেত ৰাজ্যখনত সাংবাদিকক আক্ৰমণৰ ঘটনাত জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈকো দাবী জনাই।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.