ETV Bharat / state

তেজপুৰ ষ্ট্ৰং ৰূমত ই ভি এম সুৰক্ষিত আছে নে নাই !!! ভানুৰ পৰ্যবেক্ষণ - Tezpur LS

তেজপুৰ দৰং মহাবিদ্যালয়ত থকা ৯ নং তেজপুৰ লোকসভা সমষ্টিৰ ষ্ট্ৰং ৰূমত ই ভি এম আছে নে নাই পৰ্যবেক্ষণ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ ৷ ২০০০ টা ই ভি এম বেলট ইউনিট নিশা গুৱাহাটীলৈ নিয়া কাৰ্যত সন্দেহ ভানুৰ ৷

তেজপুৰ ষ্ট্ৰং ৰূমত ই ভি এম সুৰক্ষিত আছে নে নাই !!! ভানুৰ পৰ্যবেক্ষণ
author img

By

Published : Apr 29, 2019, 7:01 PM IST

তেজপুৰ, ২৯ এপ্ৰিল: তেজপুৰ লোকসভা সমষ্টিৰ শোণিতপুৰৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰং মহাবিদ্যালয়ত থকা ষ্ট্ৰং ৰূমত উপস্থিত তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানু । সোমবাৰে হঠাৎ ষ্ট্ৰং ৰূমত উপস্থিত হয় ভানু ।

তেজপুৰ ষ্ট্ৰং ৰূমত ই ভি এম সুৰক্ষিত আছে নে নাই !!! ভানুৰ পৰ্যবেক্ষণ

ই ভি এম সমূহ সুৰক্ষিত ভাৱে আছে নে নাই ইয়াৰে অনুসন্ধান চলালে ভানুৱে । কাৰণ দেওবাৰে নিশা তেজপুৰৰ পৰা ২০০০ টা বেলট ইউনিট নিয়া হৈছিল গুৱাহাটীৰ আমিনগাঁৱলৈ ৷ বেলট ইউনিট সমূহ প্ৰকৃততে ব্যৱহাৰ কৰা নে নকৰা ? আনহাতে গুৱাহাটীলৈ নিয়া বেলট ইউনিট সমূহ কিয় ব্যক্তিগত গুডামত ৰখা হ’ল । এনে বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি তেজপুৰ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ সৈতে এই সন্দৰ্ভত কথা পাতিলে ভানুৱে ৷ অৱশ্যে নিৰ্বাচন আয়োগৰ ওচৰত এই সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী ভানুৱে ।

লগতে পঢ়কঃ চৰকাৰী আঁচনিৰ পৰা বহু নিলগত কৰিমগঞ্জৰ এখন গাঁও

ইপিনে এই সন্দৰ্ভত জিলা ৰিটাৰ্ণিং বিষয়া তথা শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পবাৰে ভানুৰ সন্দেহ সন্দৰ্ভত এক স্পষ্টীকৰণ দাঙি ধৰি গুৱাহাটী লৈ পঠিওৱা বেলট ইউনিট সমূহ ব্যৱহাৰ নকৰা বুলি স্পষ্ট কৰে ৷

Intro:তেজপুৰ,২৯এপ্ৰিল : ষ্ট্ৰঙ ৰূমত ই ভি এম আছে নে নাই তেজপুৰ দৰং মহা বিদ্যালয়ত থকা ৯ নং তেজপুৰ লোক সভা সমষ্টিত ।২০০০ ই ভি এম বেলত ইউনিত নিশা গুৱাহাটী লৈ কিয় নিয়া হল ইয়াক লৈ তেজপুৰ ত কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ সন্দেহ ।

Body:এইয়া তেজপুৰ লোক সভা সমষ্টিৰ শোণিতপুৰৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰং মহা বিদ্যালয় ৰ ষ্ট্ৰঙ ৰূম ৰ দৃশ্য ।সোমবাৰে হঠাৎ ষ্ট্ৰঙ ৰূমত উপস্থিত হল কংগ্ৰেছৰ প্ৰাৰ্থী ভানু । ই ভি এম সমূহ সুৰক্ষিত ভাবে আছে নে । ইয়াৰে অনুসন্ধান চলালে ভানুৱে । কাৰণ সন্দেহ হৈছে ভানুৰ । উল্লেখযোগ্য যে দেওবাৰে নিশা তেজপুৰৰ পৰা ২০০০ বেলত ইউনিত কিয় নিয়া হল গুৱাহাটীৰ আমিন গাঁও লৈ ?-
বেলত ইউনিত সমূহ ব্যবহাৰ কৰা নে নকৰা ? এই গুৱাহাটী লৈ নিয়া বেলত ইউনিত সমূহ কিয় ৰখা হৈছে ব্যক্তিগত গুডমত ।
কিন্ত তেজপুৰ লোক সভা ৰ ৰিটাৰ্ণিং বিষয়া ৰ কথা পাতি সন্তুষ্টি প্ৰকাশ কৰিলে ভানুৱে যদিও এইদৰে সন্দেহ প্ৰকাশ কৰি নিৰ্বাচন আয়োগৰ ওচৰত এক তদন্ত দাবী তুলিলে ভানুৱে ।
Byte: ভানু ।

Conclusion:জিলা ৰিটাৰ্ণিং বিষয়া তথা শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পবাৰে ভানুৰ সন্দেহ সন্দৰ্ভত এক স্পষ্টীকৰণ দাঙি ধৰি গুৱাহাটী লৈ পঠিওৱা বেলত ইউনিত সমূহ ব্যবহাৰ নকৰা আৰু ষ্ট্ৰঙ ৰুমত কংগ্ৰেছে নিউওগ কৰা প্ৰতিনিধি উঠাই লোৱা লিখিত নথি সংবাদ মাধ্যমৰ আগত ডাঙি ধৰে ।

Byte: নৰসিং পবাৰ ,ৰিটাৰ্ণিং অফিচাৰ, তেজপুৰ লোক সভা ।

প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ।
২৯/৪/১৯

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.