ETV Bharat / state

তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰ - ভয়ংকৰ পথ দুৰ্ঘটনা

শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰুৱাৰ গোটলঙৰ কাষত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চলন্ত বাহনে মহতিয়ালে সপ্তম শ্ৰেণীৰ ছাত্ৰক ৷

তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰ
author img

By

Published : Sep 10, 2019, 6:36 PM IST

তেজপুৰ, 10 ছেপ্তেম্বৰঃ

  • তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
  • তেজপুৰৰ পৰুৱাৰ গোটলঙত পথ দুৰ্ঘটনা
  • চলন্ত গাড়ীয়ে মহতিয়ালে সপ্তম শ্ৰেণীৰ ছাত্ৰক
  • মৃত ছাত্ৰজনৰ নাম নয়ন কোঁচ
  • জাতীয় বিদ্যালয়ৰ ছাত্ৰ আছিল নয়ন কোঁচ
  • বিদ্যালয় ছুটীৰ পিচত ঘৰলৈ উভতি অহাৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
  • পথ পাৰ হ’ব লওতেই Maximo বাহনে মহতিয়াই ছাত্ৰ জনক
  • চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ছাত্ৰজনৰ
  • দীৰ্ঘদিন ধৰি স্পীড ব্ৰেকাৰ নিৰ্মাণৰ দাবী জনাইছিল স্থানীয় ৰাইজে
  • শোণিতপুৰ জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ

Intro:তেজপুৰ,১০ছেপ্টেম্বৰ: শোণিতপুৰ জিলাৰ তেজপুৰ ৰ পৰুৱাৰ গোটলঙৰ কাষত ভয়ংকৰ পথ দুৰ্ঘটনা ।সপ্তম মানৰ ছাত্ৰক চলন্ত গাড়ীৰে চুচৰাই লৈ গল ।

Body:তেজপুৰ গোটলঙৰ জাতীয় বিদ্যালয় ছাত্র নয়ন কোঁচ বিদ্যালয় ছুটী পিছত ঘৰলৈ উভতি অহাৰ সময়ত ৩৭ (ক) ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হব ধৰোতে এখন ছটা হাতী Maximo বাহনে মহতিয়াই লৈ যায় ফলত ছাত্ৰ জন হস্পিতাল অনাৰ সময়ত মৃত্যু মুখত পৰে ।
Bite : স্থানীয় লোক ।

Conclusion:ছাত্ৰ জনাৰ মৃত্যুৰ পাছত মাতৃৰ হাস্পাতালত মূর্ছা যায় ।

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ
১০/৯/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.