ETV Bharat / state

তেজপুৰত আছুৰ নেতৃত্বত ৰাইজৰ আন্দোলন - Ransinga

অসমীয়াৰ স্বাভিমানক নস্যাৎ কৰি শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদে ক্ৰমে তীব্র ৰূপ ধাৰণ কৰিছে ৷ সদৌ অসম ছাত্ৰ সন্থাই জনোৱা আহ্বানক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ৰণশিঙা বাজি উঠিল তেজপুৰৰ ৰাজপথত ৷

আছু
তেজপুৰত বাজিল ৰণশিঙা
author img

By

Published : Jan 9, 2020, 10:28 PM IST

তেজপুৰ,৯ জানুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাই জনোৱা আহ্বানক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ৰণশিঙা বাজি উঠিল তেজপুৰৰ ৰাজপথত ৷ অসমীয়াৰ স্বাভিমানক নস্যাৎ কৰি শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদে ক্ৰমে তীব্র ৰূপ ধাৰণ কৰিছে ৷ শাসকীয় দল বিজেপিৰ ঐক্য-শান্তি সমদলৰ প্ৰত্যাহ্বান জনাই ৰাজপথলৈ ওলাই আহে স্থানীয় ৰাইজ ৷ শ্বহীদ ভৱনৰ বাকৰিৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলটোৱে আদালত চৌহদৰ সন্মুখত গৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷

আছু
থলুৱা বাদ্য বজাই আছুৰ প্ৰতিবাদ
তেজপুৰত বাজিল ৰণশিঙা

প্ৰতিবাদটোত অংশগ্ৰহণ কৰে আছুৰ নেতৃবৰ্গৰ উপৰিও বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াসকলে ৷ অংশগ্ৰহণকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগান দি সাব্যস্ত কৰে প্ৰতিবাদ ৷

Intro:FOLLOWED WITH VO HERE .

তেজপুৰ,৯ জানুৱাৰী :সদৌ অসম ছাত্ৰ সন্থাই জনোৱা আহ্বানত জনতাৰ ৰণশিঙাত কঁপিল তেজপুৰৰ ৰাজ পথ ,এইতিহাসি ক শ্বহীদ বাকৰিৰ প্ৰাঙ্গনৰ পৰা তেজপুৰ আদালত চৌহদত এইদৰে থলুৱা বাদ্য যন্ত্ৰ ৰে প্ৰতিবাদ সাব্যস্ত ।

Body:অসমীয়া ৰ স্বাভিমানক নস্যাত কৰি সাশনাধিস্থ বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত প্ৰীতিবাদ তীব্রতৰ ৰূপ লৈছে ।শাসকীয় দল বিজেপি ৰ এইক্য শান্তি সমদলৰ প্ৰত্যাহ্বান জনাই ওলাই আহিল তেজপুৰ শ্বহীদ বাকৰিৰ পৰা তেজপুৰ আদালত চৌহদৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত ।
ৰাজপথ স্তব্ধ কৰি আৰম্ভ কৰিলে কা আনি নামানু থলুৱা বাদ্য যন্ত্ৰ লগতলৈ ।
bite: মনোজ দাস, জিলা সভাপতি ।
ডবা শংখ, কাঁহ বজাই আছু ৰ এই ৰণশিঙাত বিজেপি চৰকাৰৰ অসম ধ্বংসৰ ষড়যন্ত্ৰক কঠোৰ ভাষাৰে সমালোচনা কৰি বিতৰ্কিত আইন খনক গীতেৰে প্ৰতিবাদ জনায় ।
Bite: অৰূপ তালুকদাৰ, সভাপতি, তেজপুৰ আঞ্চলিক ।
একেদৰেই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিতুল বৰাই কোনো কাৰণতে কা নমনাৰ হুংকাৰ প্ৰদান কৰে । লগতে যোৱা ৭ জানুৱাৰীত বিশ্বনাথ চাৰিআলিৰ বিজেপিৰ শান্তি সমদলত ৰাজ্যৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ পাঁচমাইলত আছুৱে সভা পাতি দেখুৱাব নোৱাৰিব বুলি কৰা মন্তব্যৰ উত্তৰ দি কয় সেই পাঁচমাইলৰ লোক আজি এই সমদল কৰিছে ।
Bite: নিতুল বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ।

Conclusion:END ,PTC ।

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
৯/১/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.