ETV Bharat / state

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজনৈতিকভাৱে হত্যা কৰিলে হিমন্তকঃ মহেন্দ্ৰ ভূঞা - mahendra bhuyan

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ আশাতে বিজেপিত যোগদান কৰা বুলি মত ব্যক্ত কৰাৰ লগতে তেজপুৰত নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমানক নিৰ্বাচনত থিয় কৰাই কংগ্ৰেছৰ ভোট ভাঙি বিজেপিক সহায় কৰা বুলিও অভিযোগ উত্থাপন কৰে মহেন্দ্ৰ ভূঞাই

মহেন্দ্ৰ ভূঞা
author img

By

Published : Apr 6, 2019, 5:25 PM IST

শোণিতপুৰ, 6 এপ্ৰিলঃ "মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজনৈতিকভাৱে হত্যা কৰিলে ৷" এই মন্তব্য নেশ্বনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মহেন্দ্ৰ ভূঞাৰ ৷ শনিবাৰে তেজপুৰত সম্বোধন কৰা এক সংবাদমেলত এনেদৰে মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ আশাতে বিজেপিত যোগদান কৰা বুলি মত ব্যক্ত কৰাৰ লগতে তেজপুৰত নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমানক নিৰ্বাচনত থিয় কৰাই কংগ্ৰেছৰ ভোট ভাঙি বিজেপিক সহায় কৰা বুলিও অভিযোগ উত্থাপন কৰে মহেন্দ্ৰ ভূঞাই ৷ আনহাতে, প্ৰাৰ্থী গৰাকীৰ প্ৰধান প্ৰতিদ্বন্দী ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্বনেল,কংগ্ৰেছ আৰু বিজেপি তেওঁৰ কোনো ফেক্টৰ নহয় বুলিও মন্তব্য কৰে ৷

Intro:তেজপুৰ,৬ এপ্ৰিল : নেচনেল কংগ্ৰেছ পাৰ্টিৰ তেজপুৰ লোক সভাৰ প্ৰাৰ্থী মহেন্দ্ৰ ভূঞাৰ নেদাৰ কনভেনৰ ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ।তেজপুৰত এক সংবাদ মেলত শনিবাৰে ভূঞা ই কয় যে হিমন্ত ক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজনৈতিক ভাবে হত্যা কৰিলে ।
হিমন্ত বিশ্ব শৰ্মা ই তেজপুৰ ত নিৰ্দলীয় প্ৰাৰ্থী জিয়াবোৰ ৰহমান ক থিয় কৰাই কংগ্ৰেছৰ ভোট ভাঙি বিজেপিক সহায় কৰিছে ।

Body:উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ আশাত হে বিজেপি ত আহিছিল কিন্তু সৰ্বানন্দ সোনোৱাল ক নোৱাৰিলে ।
byte; মহেন্দ্ৰ ভূঞা।

Conclusion:আনহাতে তেওঁৰ প্ৰধান প্ৰতিদ্বন্দী ভোটাৰ্ছ পাৰ্টি international , কংগ্ৰেছ আৰু বিজেপি তেওঁৰ কোনো ফেক্টৰ নহয় বুলি অভিহিত কৰে ।

প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ
৬/৪/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.