ETV Bharat / state

বিশ্বনাথৰ চতিয়াত 16টা গেছ ভৰ্তি চিলিণ্ডাৰ জব্দ

author img

By

Published : Sep 26, 2019, 2:43 AM IST

খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু চতিয়া আৰক্ষীৰ এটি দলে চতিয়াৰ মাৰ্কত বজাৰত অভিযান চলাই এজন ব্যক্তিসহ 16টা গেছ ভৰ্তি জব্দ কৰা হয় ৷

বিশ্বনাথৰ চতিয়াত 16টা গেছ ভৰ্তি চিলিণ্ডাৰ জব্দ

বিশ্বনাথ,25চেপ্তেম্বৰ : বুধবাৰে খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা দলে শোণিতপুৰ জিলাৰ বিশ্বনাথৰ চতিয়াত চলায় অভিযান ৷ এই অভিযানত চতিয়া আৰক্ষীৰ এটি দলেও সহযোগ কৰে ৷ অভিযানকাৰী দলকেইটাই চতিয়া মাৰ্কত বজাৰত অভিযান চলাই দিপক নায়ক নামৰ এজন ব্যক্তি সহ ১৬ টাকৈ ৰন্ধন গেছ ভৰ্তি চিলিণ্ডাৰ জব্দ কৰে ৷

তথ্য অনুসৰি,শোণিতপুৰ জিলা অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা জিলা বিষয়া পি.চি বৰদলৈয়ে চতিয়া মাৰ্কত বজাৰত অবৈধ চিলিণ্ডাৰ মজুত থকাৰ তথ্য লাভ কৰিছিল ৷ সেই তথ্যৰ ভিত্তিতেই অভিযান চলোৱা হৈছিল ৷

Intro:as_biswanath_803_25_seb_sylindre_ recovery _photo_scrpt_as10018Body:as_biswanath_803_25_seb_sylindre_ recovery _photo_scrpt_as10018Conclusion:বিশ্বনাথৰ চতিয়া অবৈধ ১৬ টা ৰন্ধন গেছ ভৰ্তি চিলিণ্ডা জব্দ /১ গ্ৰেপ্তা

বিশ্বনাথৰ চতিয়াত খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অভিযান ।
অভিযানত
১৬ টা ৰন্ধন গেছ ভৰ্তি চিলিণ্ডা জব্দ লগতে এজনক গ্ৰেপ্তা ।
বুধবাৰে শোণিতপুৰ জিলা
খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা দলৰ লগতে বিশ্বনাথৰ চতিয়া আৰক্ষী এটি আৰক্ষী
দলৰ নেতৃত্বত যুটীয়া ভাৱে
চতিয়া মাৰ্কত বজাৰত অভিযান চলাই ১৬ টা ৰন্ধন গেছ ভৰ্তি চিলিণ্ডা জব্দ কৰা লগতে দিপক নায়ক বুলি এজনক গ্ৰেপ্তাৰ কৰে ।জানিব পৰা মতে
শোণিতপুৰ জিলা অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা জিলা বিষয়া পি, চি বৰদলৈ চতিয়া মাৰ্কেত অবৈধ ১৬টাকৈ চিলিণ্ডা মজুত কৰি ৰখা
তথ্য লাভ কৰিছিল ।
ইফালে উক্ত তথ্য ভিত্তিত জিলা খাদ্য অসামৰিক বিভাগৰ পৰিদৰ্শক বিকাশ দাস উক্ত স্থানত অভিযান চলাবলৈ দিয়াত পৰিদৰ্শক গৰাকীয়ে চতিয়া আৰক্ষী সহযোগত
অভিযান চলাই ১৬ টাকৈ অবৈধ ভাৱে মুজুত ৰখা চিলিণ্ডা
জব্দ কৰিবলৈ সক্ষম হয় ‌।

ইফালে চিলিণ্ডা লগতে এজন লোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
আনহাতে এই অভিযানত অব্যাহত থাকিব বুলি প্ৰকাশ কৰে শোণিতপুৰ জিলা অসামৰিক যোগান বিষয়া পি চি বৰদলৈয়ে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.