তেজপুৰ,14মে': সঁচাকৈয়ে সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ পৰিয়ালৰ ওপৰত চলিছে নেকি ৰাজনীতি ! এফালে বিষ্ণু ৰাভাৰ ঘৰক লৈ ৰাজনীতি আনফালে সংৰক্ষণৰ অভাৱত জহি খহি যাবলৈ ধৰিছে বিষ্ণু ৰাভাৰ ঐতিহ্য ৷ বিপৰীতে যোৱা ১৩ মে'ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন চিঠি লিখি বিষ্ণু ৰাভাৰ বাসগৃহটো জৰাজীৰ্ণ হৈ পৰা বুলি উল্লেখ কৰাৰ লগতে ঘৰটো পুনৰ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছিল ৷ এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন-
বিষ্ণু ৰাভাক লৈ ৰাজনীতিকিৰণ হৈছে নেকি? - ৰাজনীতি
বিষ্ণু ৰাভাক লৈ ৰাজনীতিকিৰণ হৈছে নেকি? কিয় বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজি সংগ্ৰহৰ বিপৰীতে বাসগৃহক লৈ গুৰুত্ব ৰাজনৈতিক মহলত ? কলাগুৰুৰ পুত্ৰ হেম ৰাজ ৰাভাৰ ক্ষোভ ৷ ৰাজনৈতিক মহলত ৷ বিষ্ণুৰাভাৰ স্মৃতি তথা পৰিয়ালৰ নাম নিঃশেষ কৰাৰ ষড়যন্ত্ৰ হৈছে!! এই ভাষ্য খোদ বিষ্ণুৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ ৷
বিষ্ণু ৰাভাক লৈ ৰাজনীতিকৰণ হৈছে নেকি?
তেজপুৰ,14মে': সঁচাকৈয়ে সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ পৰিয়ালৰ ওপৰত চলিছে নেকি ৰাজনীতি ! এফালে বিষ্ণু ৰাভাৰ ঘৰক লৈ ৰাজনীতি আনফালে সংৰক্ষণৰ অভাৱত জহি খহি যাবলৈ ধৰিছে বিষ্ণু ৰাভাৰ ঐতিহ্য ৷ বিপৰীতে যোৱা ১৩ মে'ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন চিঠি লিখি বিষ্ণু ৰাভাৰ বাসগৃহটো জৰাজীৰ্ণ হৈ পৰা বুলি উল্লেখ কৰাৰ লগতে ঘৰটো পুনৰ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছিল ৷ এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন-
Intro:NB: Desk please make it pkg, and do not cut bite .
তেজপুৰ,১৪ মে' : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ পৰিয়ালৰ সৈতে আকৌ আৰম্ভ হৈছে নেকি ৰাজনীতি ।১৯০৯ চনৰ ৩১ জানুৱাৰী ত জন্ম গ্ৰহণ কৰা এইজনা মহান শিল্পী তথা অসমীয়া সংস্কৃতিৰ ধ্বজা বাহক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল১৯৬৯ ,২০ জুন তাৰিখে ,আৰু এই মৃত্যু তৃথিৰ আগে পিছে যেন অসমত চৰ্চিত হয় সঘনাই এই মহান শিল্পী জনাৰ নাম ।
কলাগুৰু ৰ পুত্ৰ হেম ৰাজ ৰাভাই এই বাৰ প্ৰশ্ন উত্থাপন কৰিছে যে বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি তথা পৰিয়ালৰ নাম নিঃশেষ কৰাৰ কিবা ষড়যন্ত্ৰ হৈছে বুলি ।
Body:যোৱা ১৩ মে'ত অসমৰ বিৰোধী দলৰ দল পতি দেৱব্ৰত শইকীয়া ই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে যে বিষ্ণু প্ৰসাদ ৰাভাৰ গৃহ তো জৰাজীৰ্ণ হৈ পৰিছে আৰু অসম চৰকাৰে পুনৰ নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।
কিন্তু সেই সময়তে ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই মন্তব্য কৰিছে যে এই বিষয় তো ইতিমধ্যে সামৰণি পৰিছে কংগ্ৰেছৰ চৰকাৰ সময়ত আৰু তাৰ পৰৱৰ্তী সময়ত এই বিষয়ে আলোচনা হৈছে ।তেওঁ আজি ইটিভি ভাৰত অসমৰ আগত কয় যে পত্ৰ খন দেখা পাইছে । কিন্তু কংগ্ৰেছৰ ভিতৰতে হয়তো মকামিলা নাই সেই বাবে দেৱব্ৰত শইকীয়া ই পুনৰ এই বিষয়ে হস্ত ক্ষেপ কৰিছে ।
BYTE: হেমৰাজ ৰাভা ।
কিন্তু তেওঁ পুনৰ উল্লেখ কৰে যে ৰাভাক মানুহে কি দৰে চিনি পায় একমাত্ৰ তেখেতৰ মহান সৃষ্টি ৰাজী অসমীয়া সংস্কৃতিৰ প্ৰতি দি যোৱা বৰেণ্য অৱদান ।কিন্তু চৰকাৰ ৰ সদিচ্ছাৰ অভাৱত সেই সৃষ্টি হেৰুৱাই যাবলৈ ধৰিছে ।সংৰক্ষণ ৰ অভাৱত নষ্ট হৈ পৰিছে এইদৰে । তেওঁ কয় যে যি ঘৰটো জৰাজীৰ্ণ অৱস্থাত আছে সেইটো বিষ্ণুপ্ৰসাদ ৰাভাৰ ঘৰ নহয় তেওঁৰ ককায়েকৰ হে ঘৰ আছিল ।বিষ্ণুপ্ৰসাদ ৰাভাৰ সামগ্ৰী সমূহ যি ঘৰত আছে সেই টোহে বিষ্ণুপ্ৰসাদ ৰাভাৰ ঘৰ আৰু এই ঘৰটোৰ বাবদ যি ঋন লোৱা হৈছিল সেয়া বিমলা প্ৰসাদ চালিহাই ঋন মাফ কৰি দিছিল ।
visuals:
Conclusion:আনহাতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মাই মন্তব্য কৰে যে ৰাভাৰ স্মৃতি বিজড়িত এই মহান সৃষ্টি ৰাজীক সযতনে ৰাখিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, নহলে কাল ক্ৰমত ই এদিন নিঃশেষ হৈ পৰিব ।
bite: দেৱব্ৰত শৰ্মা, সম্পাদক তেজপুৰ সাহিত্য সভা ।
প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম।
তেজপুৰ
১৪/৫/১৯

Last Updated : May 14, 2019, 11:28 PM IST