ETV Bharat / state

শোণিতপুৰৰ বালিপৰাত আবকাৰী বিভাগৰ অভিযান - balipara excise raid

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিপৰাৰ অকাবস্তিত ৰঙাপাৰা আবকাৰী বিভাগে অভিযান চলাই ৫ টাকৈ চুলাই ঘাটি উচ্ছেদ কৰে । এই অভিযানত প্ৰায় ২০০ লিটাৰতকৈ অধিক চুলাই মদ আৰু প্ৰায় ৮০০ লিটাৰ চুলাই প্ৰস্তুত কৰা গেলা পাচ নষ্ট কৰে আবকাৰী বিভাগে ।

শোণিতপুৰৰ বালিপৰাত আবকাৰী বিভাগৰ অভিযান
শোণিতপুৰৰ বালিপৰাত আবকাৰী বিভাগৰ অভিযান
author img

By

Published : Mar 9, 2021, 2:29 PM IST

ৰঙাপাৰা,৯মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন ঠাইত সষ্টম হৈছে আৰক্ষী লগতে আবকাৰী বিভাগ । ইতিমধ্যে আবকাৰী বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত অব্যাহত ৰাখিছে অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান । শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিপৰাৰ অকাবস্তিত ৰঙাপাৰা আবকাৰী বিভাগে অভিযান চলাই ৫ টাকৈ চুলাই ঘাটি উচ্ছেদ কৰে । এই অভিযানত প্ৰায় ২০০ লিটাৰতকৈ অধিক চুলাই মদ আৰু প্ৰায় ৮০০ লিটাৰ চুলাই প্ৰস্তুত কৰা গেলা পাচ নষ্ট কৰে আবকাৰী বিভাগে । চুলাই বনোৱা কেইবাটাও যন্ত্ৰও নষ্ট কৰে আবকাৰী বিভাগে ।

শোণিতপুৰৰ বালিপৰাত আবকাৰী বিভাগৰ অভিযান
শোণিতপুৰৰ বালিপৰাত আবকাৰী বিভাগৰ অভিযান

উল্লেখ্য যে দীৰ্ঘদিন ধৰি সেই অঞ্চলত অবৈধভাৱে সুৰাৰ ব্যৱসায় চলি থকাৰ এক অভিযোগ উত্থাপন হৈছিল । বিশেষ খবৰৰ ভিত্তিত আবকাৰী বিভাগে সেই স্থানত অভিযান চলায় । ইফালে চুলাই বনোৱা একাংশ ব্যৱসায়ীয়ে পাচসমূহ মাটিত গাঁত খান্দি লুকুৱাই ৰাখিছিল ।

লগতে পঢ়ক:মীনাক্ষী ৰহমানক বিপুল আদৰণি এআইইউডিএফৰ কৰ্মী সমৰ্থকৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.