ETV Bharat / state

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত নাম বাদ পৰিল বালিপাৰৰ একাংশ ৰাইজৰ - NEC NEWS

বালিপৰাৰ দীঘলীগাঁৱৰ সৰহসংখ্যক ৰাইজৰ নাম নাহিল এন আৰ চিত ৷ ক্ষোভিত গাঁওবাসীৰ এন আৰ চি বিৰোধী শ্ল'গান ৷

এন আৰ চিত নাহিল এখন গাঁৱৰ একাংশৰ নাম
author img

By

Published : Sep 10, 2019, 2:03 PM IST

ৰঙাপাৰা, 10 চেপ্টেম্বৰ : সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত প্ৰকাশ নাপালে বালিপৰাৰ দীঘলী গাঁৱৰ একাংশ ৰাইজৰ নাম । প্ৰয়োজনীয় নথি-পত্ৰ দাখিল আৰু প্ৰতিবাৰে গাঁওখনৰ গৰিষ্ঠ সংখ্যক ৰাইজ শুনানীত উপস্থিত থকাৰ পাচতো দীঘলী গাঁৱৰ ৰাইজৰ সৰহ সংখ্যকৰ নাম এন আৰ চিত প্ৰকাশ নাপালে । বালিপৰাৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত দীঘলীগাঁৱৰ ৰাইজ উপস্থিত হৈ হাতে হাতে ১৯৫১ চনৰ লিগেছি দাতা, 1951 চনৰ শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ, ১৯৬৮ চনৰ মাটিৰ নথি-পত্ৰ ইত্যাদি লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে । স্বদেশী লোকসকলৰ নাম এন আৰ চিত নাম প্ৰকাশ নোপোৱাত ক্ষুব্ধ ৰাইজে প্ৰতীক হাজেলাৰ মুৰ্দাবাদ, এন আৰ চি বাতিল কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ।

Intro:এন আৰ চিৰ চূড়ান্ত তালিকাত নাম নাহিল বালিপৰাৰ দীঘলীগাঁৱৰ ৰাইজৰঃ গুলিয়াই মাৰক অন্যথা নাম অন্তৰ্ভুক্ত কৰকBody:ৰঙাপৰাঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বালিপৰাৰ দীঘলী গাঁৱৰ একাংশ ৰাইজৰ নাম প্ৰকাশ নাপালে এন আৰ চিৰ চূড়ান্ত তালিকাত। তাকে ক্ষোভত ফাটি পৰিছে গাঁওখনৰ শ শ ৰাইজ। প্ৰয়োজনীয় নথি-পত্ৰ দাখিল আৰু প্ৰতিবাৰে ৰাইজ শুনানীত উপস্থিত থকাৰ পাছতো দীঘলী গাঁৱৰ ৰাইজৰ নাম এন আৰ চিত প্ৰকাশ নাপালে। বালিপৰাৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত দীঘলী গাঁৱৰ ৰাইজ উপস্থিত হৈ হাতে হাতে ১৯৫১ চনৰ লিগেছি দাতা, ১৯৬৮ চনৰ মাটিৰ নথি-পত্ৰ লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। স্বদেশী লোকসকলৰ নাম এন আৰ চিত নাম প্ৰকাশ নোপোৱাত ক্ষুব্ধ ৰাইজে প্ৰতীক হাজেলাৰ মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.