ETV Bharat / state

চাৰি দফীয়া দাবী পূৰণৰ সন্দৰ্ভত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধৰ্মঘট - প্ৰাচীন কীৰ্তিচিহ্ন

শিৱসাগৰৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ বিজ্ঞানসন্মতভাবে সংৰক্ষণ কৰাৰ লগতে ঐতিহাসিক সম্পদ সমূহ বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰাৰ দাবী উত্থাপন তাই আহোম ছাত্ৰ সন্থাৰ

চাৰি দফীয়া দাবী পূৰণৰ সন্দৰ্ভত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধৰ্মঘট
author img

By

Published : Aug 30, 2019, 3:11 PM IST

শিৱসাগৰ,30 আগষ্টঃ শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট ৷ চাৰি দফীয়া দাবী পূৰণৰ সন্দৰ্ভত ৰংঘৰ প্ৰাংগণত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ৰংপুৰ আঞ্চলিকৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট। শিৱসাগৰৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ লগতে ঐতিহাসিক সম্পদ সমূহ বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰাৰ দাবী উত্থাপন তাই আহোম ছাত্ৰ সন্থাৰ। লগতে জয়সাগৰ পুখুৰীৰ পাৰত ষ্ট্ৰীট লাইট ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে জনগোষ্ঠীয় সংগঠনটোৱে ।

চাৰি দফীয়া দাবী পূৰণৰ সন্দৰ্ভত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধৰ্মঘট

অনহাতে,৫০০ খন বিচনাযুক্ত জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মেডিচিন বিভাগৰ চিকিৎসক নিযুক্তিৰো দাবী উত্থাপন কৰিছে ৰংপুৰ আঞ্চলিক সমিতিয়ে ।

Intro:Body:*শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট*
Story-ATASU_PROTEST
Ananta Smith
Sivasagar
30th August

চাৰি দফীয়া দাবী পূৰণৰ সন্দৰ্ভত ৰংঘৰ প্ৰাংগণত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ৰংপুৰ আঞ্চলিকৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট।

শিৱসাগৰ জিলাৰ প্ৰাচীন কীর্তিচিহ্ন সমূহ বিজ্ঞানসন্মত ভাবে সংৰক্ষণ কৰাৰ লগতে ঐতিহাসিক সম্পদ সমূহ বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰাৰ দাবী উত্থাপন কৰা হৈছে।

লগতে জয়সাগৰ পুখুৰীৰ পাৰত ষ্ট্ৰীট লাইট ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে জনগোষ্ঠীয় সংগঠনটোৱে।

অন্যহাতে ৫০০ খন বিচনাযুক্ত জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মেডিচিন বিভাগৰ চিকিৎসক নিযুক্তি দিয়াৰো দাবী উত্থাপন কৰিছে ৰংপুৰ আঞ্চলিক সমিতিয়ে।

Bite-নেতা, আটাছুConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.