ETV Bharat / state

তেজপুৰত বিধ্বংসী অগ্নিকাণ্ডঃ নিমিষতে ভষ্মিভূত ৰাগিনী এণ্টাৰ প্ৰাইজ

বুধবাৰে সংঘটিত এই অগ্নিকাণ্ডত ভষ্মীভূত হয় ৰাগিনী এণ্টাৰ প্ৰাইজ নামৰ এটা ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ উল্লেখ্য যে, চহৰখনৰ ভিতৰতে গাড়ীৰ সামগ্ৰীৰ একমাত্ৰ প্ৰতিষ্ঠান আছিল ৰাগিনী এণ্টাৰপ্ৰাইজ ৷ আৰক্ষী আৰু বায়ু সেনা বাহিনীৰ অগ্নি নিৰ্বাপকে বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

তেজপুৰত বিধ্বংসী অগ্নিকাণ্ডঃনিমিষতে ছাৰ-খাৰ ৰাগিনী এণ্টাৰ প্ৰাইজ
author img

By

Published : Apr 18, 2019, 2:23 AM IST

তেজপুৰ,১৭এপ্ৰিল: তেজপুৰ চহৰৰ নিকামুলত বিধ্বংসী অগ্নিকাণ্ড৷ বুধবাৰে সংঘটিত এই অগ্নিকাণ্ডত ভষ্মীভূত হয় ৰাগিনী এণ্টাৰ প্ৰাইজ নামৰ প্ৰতিষ্ঠান এটা৷ উল্লেখ্য যে চহৰখনৰ ভিতৰতে গাড়ীৰ সামগ্ৰীৰ একমাত্ৰ প্ৰতিষ্ঠান ৰাগিনী নিশা প্ৰায় ৯.৪৫ বজাত দাও দাও কৈ জ্বলি উঠে ।

তেজপুৰত বিধ্বংসী অগ্নিকাণ্ডঃনিমিষতে ছাৰ-খাৰ ৰাগিনী এণ্টাৰ প্ৰাইজ

জানিব পৰা মতে ৭ খন অগ্নি নিৰ্বাপক বাহনেও নিয়ন্ত্ৰিণ কৰিব পৰা নাই অগ্নিৰ শিখা ।
প্ৰায় ৫০ লাখ টকাৰ গাড়ীৰ আছ বাব থকা প্ৰতিষ্ঠানটো নিমিষতে ধ্বংসস্তুপত পৰিণত হয়৷ এই মুহূৰ্তলৈকে আৰক্ষী আৰু বায়ু সেনা বাহিনীৰ অগ্নি নিৰ্বাপকে জুই নমাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷

Intro:তেজপুৰ,১৭এপ্ৰিল: তেজপুৰ ত ভয়ংকৰ অগ্নি কাণ্ড ।নিমিষতে ছাৰ খাৰ লাখ টকাৰ সামগ্ৰীৰ ।তেজপুৰ চহৰৰ নিকামুলত বিধ্বংসী অগ্নি কাণ্ড ই ভস্মীভূত কৰিলে অতি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ৰাগিনী এণ্টাৰ প্ৰইজ ।গাড়ীৰ সামগ্ৰী এক মাত্ৰ প্ৰতিষ্ঠান ৰাগিনীত বুধবাৰে নিশা প্ৰায় ৯.৪৫ বজাত অতৰ্কিটে দাও দাও কৈ জ্বলি উঠিল প্ৰতিষ্টান তো ।

Body:প্ৰায় ৭ খন অগ্নি নিৰ্বাপাক বাহিনীয়ে বাতৰি প্ৰেৰণ কৰা সময় লৈকে নিয়ন্ত্ৰিত কৰিব পৰা নাই অগ্নি ৰ শিখা ।
প্ৰায়৫০ লাখ টকাৰ সামগ্ৰীৰ গাড়ীৰ আছ বাব আৰু প্ৰতিষ্ঠান তো ধ্বংস প্ৰাপ্ত হয় ।

Byte: Worker ।

Conclusion:এই মুহূৰ্তলৈকে আৰক্ষী আৰু বায়ু সেনা বাহিনীৰ অগ্নি নিৰ্বাপকে জুই নুমাৱা বলৈ চেষ্টা অব্যাহত ৰাখিছে ।

প্ৰণৱ কুমাৰ দাস, তেজপুৰ, ইটিভি ভাৰত অসম।
১৭/৪/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.