ETV Bharat / state

"এ আই ইউ ডি এফৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ দিবাস্বপ্ন কংগ্ৰেছৰ"

author img

By

Published : Apr 2, 2019, 6:07 PM IST

Updated : Apr 2, 2019, 6:59 PM IST

বৰছলা সমষ্টিত অনুষ্ঠিত বিজেপিৰ জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ কংগ্ৰেছ-এ আই ইউ ডি এফক তীব্ৰ ভাষাৰে সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ ৷ চৈধ্যখন লোকসভা আসনৰ 12খনত জয়লাভ কৰিব বিজেপি-অগপ-বিপিএফৰ মিত্ৰজোঁটে ৷

এ আই ইউ ডি এফৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ দিবাস্বপ্ন কংগ্ৰেছৰ

শোণিতপুৰ, 2 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে তৎপৰ হৈছে প্ৰত্যেকটো ৰাজনৈতিক দল ৷ সমষ্টিয়ে সমষ্টিয়ে তীব্ৰ গতিত প্ৰচাৰ অভিযান চলাইছে কংগ্ৰেছ বিজেপি অগপই ৷ ইয়াৰ মাজতে মঙলবাৰে শোণিতপুৰৰ বৰছলা সমষ্টিত বিজেপিয়ে অনুষ্ঠিত কৰা জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত আয়োজিত বিজেপিৰ সভাখনত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, তেজপুৰৰ বিধায়ক তথা অগপ নেতা বৃন্দাবন গোস্বামী, বিধায়ক অশোক সিংঘালৰ লগতে দলটোৰ অন্যান্য শীৰ্ষ নেতা ৷

সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে দৃঢ়তাৰে আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিছে বুলি মন্তব্য কৰে ৷ লগতে কংগ্ৰেছৰ কোনো নীতি নাই, দুৰ্নীতিয়ে তেওঁলোকৰ সৰ্বোচ্চ নীতি বুলিও কয় ৷ কংগ্ৰেছ এই আই ইউ ডি এফৰ গোপন মিত্ৰতাই প্ৰমাণ কৰিলে যে, ৰাইজক কংগ্ৰেছ দলে নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে ৷ কংগ্ৰেছে কেৱল অবৈধ বিদেশীৰ ভোটেৰে নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বিচাৰিছে ৷ কিন্তু কংগ্ৰেছৰ এই ষড়যন্ত্ৰক অসমৰ সৰ্বসাধাৰণ ৰাইজে প্ৰত্যাখ্যানকৰিব আৰু লোকসভা নিৰ্বাচনত বিজেপি-অগপ-বিপিএফৰ মিত্ৰজোঁটে 12 খনকৈ আসন লাভ কৰিব বুলিও মন্তব্য কৰে ৷

ইপিনে সভাত উপস্থিত থাকি বিজেপিৰ কেন্দ্ৰীয় নেতা তথা অসমৰ প্ৰভাৰী মহেন্দ্ৰ সিঙে বালাকোটত বায়ুসেনাই চলোৱা এয়াৰ ষ্টাইকৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ পদক্ষেপক শলাগ লয় ৷ লগতে, দেশৰ পৰা দুৰ্নীতি,সন্ত্ৰাসবাদ আতৰ কৰি সমৃদ্ধিশালী ভাৰত নিৰ্মাণৰ অৰ্থে বিজেপিক ভোট দিবলৈ আহ্বান জনায় ৷

Intro:OC/VO
বৰছলা সমষ্টিৰ দক্ষিণ বৰছলা হাইস্কুল খেলপথাৰত অনুষ্ঠিত বিজেপিৰ বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জনায় যে = কংগ্ৰেছৰ ক'ত নেতা আছে,কংগ্ৰেছৰ ক’ত নীতি আছে,দুৰ্নীতিয়েই তেওঁলোকৰ নীতি৷কংগ্ৰেছৰ বিভাজনেই নীতি,কংগ্ৰেছে বিভাজন কৰে,সংঘাত সৃষ্টি কৰে আৰু সমাজত অশান্তিৰ সৃষ্টি কৰে৷আজি ভাৰতবৰ্ষত সকলো শ্ৰেণীৰ ৰাইজ সুৰক্ষিত৷হিন্দু মুছলমান,খ্ৰীষ্টান,বুদ্ধিষ্ট সকলোৱে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সন্মানসহকাৰে জীৱন নিৰ্বাহ কৰিছে,মোদীজীয়ে ৰাইজক দৃঢ়তাৰে আগবঢ়াৰ সুযোগ প্ৰদান কৰাৰ বাবে চৌদেশে আনন্দ উল্লাস সৃষ্টি হৈছে৷
এআই ইউ ডি এফ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া =এইটো প্ৰমাণ হৈছে কংগ্ৰেছ দলে ৰাইজক সুৰক্ষিত কৰিব নোৱাৰে ,কংগ্ৰেছে অবৈধ বিদেশীৰ বুজাৰে নিৰ্বাচন পাৰ হোৱাৰ যি চেষ্টা কৰিছে এই কৌশল বৰাক ব্ৰক্ষ্মপুত্ৰৰ পাহাৰ ভৈয়ামৰ ৰাইজে সৰ্বতোপ্ৰকাৰে প্ৰত্যাখ্যান কৰিব বুলি সাক্ষাৎকাৰত জনায় মুখ্যমন্ত্ৰী সোণোৱালে৷লগতে এইবাৰ ১৪ খন আসনৰ ভিতৰত ১২ খন আসনতেই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ৰাইজে জয়ী কৰাব বুলি নিশ্চিত হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷বিজেপিৰ নিৰ্বাচনী সভাখনত উপস্থিত থাকি ভাষণ প্ৰদান কৰি বিজেপিৰ কেন্দ্ৰীয় নেতা তথা ৰাজ্যিক প্ৰভাৰী মহেন্দ্ৰ সিঙে সুন্দৰ শ্যায়েৰীৰে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত আজি ভাৰতবৰ্ষলৈ শান্তি ঘূৰি আহিছে বুলি মন্তব্য কৰে৷মহেন্দ্ৰ সিঙে লগতে কয় যে -যেতিয়া পাকিস্তানত সোমাই আমেৰিকাই বিশ্বত্ৰাস সন্ত্ৰাসবাদী লাডেনক হত্যা কৰিছিল তেতিয়া ভাৰতত গুজৱ উঠিছিল যে পাকিস্তানত সোমাই ভাৰতে কিয় আক্ৰমণ নকৰে,সেই সময়ত এটা কথা মুখে মুখে আছিল যে ভাৰতবৰ্ষত কোনো পুৰুষ প্ৰধানমন্ত্ৰী হলে তেতিয়াহে পাকিস্তানৰ ভিতৰত সোমাই সন্ত্ৰাসবাদী হত্যা কৰিব৷গতিকে ৰাইজে দেখিলে কিদৰে পাকিস্তানৰ বালাকোটত সোমাই প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ভাৰতীয় সেনাই পাকিস্তানী সন্ত্ৰাসবাদীক নিহত কৰিলে ৷গতিকে দুৰ্নীতিগ্ৰস্থ,ভ্ৰষ্টাচাৰীৰ দল কংগ্ৰেছ দলৰ ডেৰশতকৈও অধিক দুৰ্নীতি আছে৷ৰাইজে এইবাৰো মোদীজীক পুনৰবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰি দুৰ্নীতিমুক্ত,সমৃদ্ধিশালী ভাৰত নিৰ্মাণ কৰিবলৈ বিজেপি দলক ভোটদান কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে৷প্ৰায় সাত সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাখনত অংশগ্ৰহণ কৰে বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু,ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘল,তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী,অসম পাঠ্যপুথি প্ৰণয়ন প্ৰকাশন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰ,এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাৰ লগতে বিজেপিৰ নেতা কৰ্মীসকল৷

অমল নাথ, ঢেকিয়াজুলি ।Body:OC/VO

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:OC/VO

অমল নাথ, ঢেকিয়াজুলি ।
Last Updated : Apr 2, 2019, 6:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.