ETV Bharat / state

NRCৰ কৰ্তন খচৰাত নাম নাহিল শ্বহীদ বৈজয়ন্তি দেৱীৰ পৰিয়ালৰ নাম - শ্বহীদ বৈজয়ন্তি দেৱী

বুধবাৰে প্ৰকাশ পোৱা NRCৰ কৰ্তন খচৰাত নাম নাহিল শ্বহীদ বৈজয়ন্তি দেৱীৰ পৰিয়ালৰ নাম। দেশৰ বাবে প্ৰাণ দিও কৰ্তন খচৰাত নাম নোহোৱাত দুখ প্ৰকাশ কৰে শ্বহীদ গৰাকীৰ পৰিয়ালে ।

NRC ৰ কৰ্তন খচৰাত নাম নাহিল শ্বহীদ বৈজয়ন্তি দেৱীৰ পৰিয়ালৰ নাম
author img

By

Published : Jun 27, 2019, 4:58 PM IST

তেজপুৰ,২৭জুন: বুধবাৰে প্ৰকাশ পালে NRCৰ কৰ্তন খচৰা। এই কৰ্তন খচৰাত অন্তৰ্ভুক্ত নহ'ল অসম আন্দোলনৰ শ্বহীদ বৈজয়ন্তি দেৱীৰ পৰিয়ালৰ নাম । ১৯৮০ চনৰ ২৬ জুনত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা ৰণশিঙা দিৱসৰ শাৰীত প্ৰথমে থিয় হৈ শংখ বজোৱাৰ সময়তে ঢলি পৰিছিল শ্বহীদ বৈজয়ন্তী। ইয়াৰ পাছতেই ১৯৮০ চনৰ ১৬ আগষ্টত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত মৃত্যু হৈছিল শ্বহীদ বৈজয়ন্তিৰ।

NRC ৰ কৰ্তন খচৰাত নাম নাহিল শ্বহীদ বৈজয়ন্তি দেৱীৰ পৰিয়ালৰ নাম

পৰৱৰ্তী সময়ত ১৯৮৬ চনত বৈজয়ন্তি দেৱীক শ্বহীদ ঘোষণা কৰা হৈছিল। কিন্তু দেশৰ বাবে প্ৰাণ দিয়া বৈজয়ন্তিৰ পৰিয়ালৰ নাম বুধবাৰে প্ৰকাশ পোৱা কৰ্তন খচৰাত নোহোৱাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। বৃহস্পতিবাৰে শ্বহীদ গৰাকীৰ পৰিয়ালৰ লোকেও ক্ষোভ প্ৰকাশ কৰিলে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত । চাওক আমাৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন...

Intro:তেজপুৰ,২৭জুন: NRC ৰ কৰ্তন খচৰাত অন্তৰ্ভুক্ত হল অসম আন্দোলনৰ শ্বহীদ বৈজয়ন্তি দেৱীৰ পৰিয়ালৰ নাম ।তেজপুৰ ৰ শ্বহীদ বৈজয়ন্তি দেৱীৰ ভাতৃ অসম চৰকাৰৰ এগৰাকী চাকৰিয়াল ৰাজেন উপ্যাধৰ পত্নী আৰু দুই পুত্ৰ সন্তানৰ এতিয়া নাম নাই NRC ৰ খচৰাত। পত্নী D-Voter হৈ পৰাত দুৰ্ভাগ্য ক্ৰমে দুই পুত্ৰৰ নাম নাহিল NRC ৰ খচৰাত ।
১৯৮০ চনৰ ২৬ জুনত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা ৰণশিঙা দিৱসৰ শাৰীত প্ৰথমে থিয় হৈ শংখ বজোৱা সময়ত ঢলি পৰিছিল আৰু১৯৮০ চনৰ ১৬ আগষ্ট তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত মৃত্যু ঘটিছিল ।

Body:পৰৱৰ্তী সময়ত দেৱী শ্বহীদ ঘোষণা হল আৰু পিছত অসম চৰকাৰে (অসম গণ পৰিষদৰ) শ্বহীদ সন্মান প্ৰদৰ্শন আৰু ২০২৬ চনত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শ্বহীদ সন্মান প্ৰদৰ্শন কৰে ।
চাওক আমাৰ এই প্ৰতিবেদন ।

DL ।।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২৭/৬/২৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.