ETV Bharat / state

নটসূৰ্য ফণী শৰ্মা নাট সমাৰোহৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন - সোণালী জয়ন্তী বৰ্ষ

নটসূৰ্য ফণী শৰ্মাৰ নাট সমাৰোহৰ সোনালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজন কৰিছে সপ্তাহ জোৰা কাৰ্য্যসূচী ৷ ৩১ জুলাইৰ সন্ধিয়া শুভাৰম্ভ হয় এই অনুষ্ঠানৰ ।  তাৰোপৰি বানথিয়েতাৰৰ বৰ্ষ শ্ৰেষ্ট অভিনেতা -অভিনেত্ৰী আৰু শিশু শিল্পীক বঁটা প্ৰদান কৰে ।

নটসূৰ্য ফণী শৰ্মাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন
author img

By

Published : Aug 1, 2019, 2:59 PM IST

তেজপুৰ, 1 আগষ্টঃ তেজপুৰৰ ঐতিহ্য মণ্ডিত বাণ থিয়েটাৰত বুধবাৰৰ পৰা উদুলি মুদুলি পৰিৱেশ । নটসূৰ্য ফণী শৰ্মা নাট সমাৰোহৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে সপ্তাহজোৰা কাৰ্য্যসূচী ৷

৩১ জুলাইৰ সন্ধিয়া শুভাৰম্ভ হয় এই অনুষ্ঠান । বাণ থিয়েটাৰে অন্যান্য অনুষ্ঠানৰ লগতে এইবছৰৰ পৰা প্ৰতি ২ বছৰৰ মূৰে মূৰে প্ৰদান কৰিব "বাণ থিয়েটাৰ বঁটা" ।

নটসূৰ্য ফণী শৰ্মাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন
এই বঁটাত থাকিব বাণ থিয়েটাৰৰ স্মাৰক, অংগ বস্ত্ৰ ,জাপি আৰু নগদ ২০ হাজাৰ টকা । উল্লেখ্য যে, এই বৰ্ষৰ বাণ থিয়েটাৰ বঁটা আগবঢ়াইছে প্ৰযোজক পৰিচালক কৃষ্ণ ৰয়লৈ । ৩১ জুলাইৰ পৰা আৰম্ভ হোৱা এই নাট মহোৎসৱত গন্ধৰ্ব নাট্য গোষ্ঠী ,গুৱাহাটী, পূৰ্ব বংগ, বাণ থিয়েটাৰে ভোগজৰা আৰু বড়ো ভাষাত এটি দলে "চিৰাজ" নাটক খন মঞ্চস্থ কৰিব । তাৰোপৰি বাণ থিয়েটাৰৰ বৰ্ষ শ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰী আৰু শিশু শিল্পী বঁটা প্ৰদান কৰে । অন্নদা কুমাৰ পদ্মপতি সোঁৱৰণী ন্যাসৰ বৰ্ষ শ্ৰেষ্ঠ অভিনেতা বঁটা জিতুমনি দেৱ চৌধুৰীয়ে লাভ কৰে ,বৰ্ষ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা স্পেইনী বৰ্মনলৈ আৰু শিশু শিল্পী প্ৰান্তিক কৃষ্ণ দাসলৈ কাৰ্তিক হাজৰিকা সোঁৱৰণী শিশু শিল্পী বঁটা প্ৰদান কৰে ।

এই অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত নৰসিং পৱাৰ, বিশিষ্ট শিক্ষাবিদ ভবেন বৰুৱা, লোক নায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মাধৱ চন্দ্ৰ দাস, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা উপস্থিত থাকে ।

Intro:তেজপুৰ,১ আগষ্ট : তেজপুৰৰ ঐতিহ্য মণ্ডিত বান থিয়েটাৰত বুধবাৰৰ পৰা উদুলি মুদুলি পৰিবেশ । নটসূৰ্য ফণী শৰ্মাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি বৰ্ণাঢ্য কাৰ্য্যসূচীৰে তেজপুৰ বান থিয়েটাৰ হয় ।
আজি সন্ধিয়া ৰ পৰা শিশু নাট প্ৰদৰ্শন হব ।

Body:নটসূৰ্য ফণী শৰ্মা ৰ নাট সমাৰোহৰ সোনালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজন কৰা সপ্তাহ জোৰা কাৰ্য্যসূচীৰে ৩১ জুলাৰ সন্ধিয়া শুভাৰম্ভ হয় । বান থিয়েতাৰৰ অন্যান্য অনুস্থান ৰ লগতে এইবছৰৰ পৰা প্ৰতি ২ বছৰ ৰ মূৰে মূৰে প্ৰদান কৰে "বানথিয়েতাৰ বঁটা" ।
এই বঁটাত বান থিয়েতাৰৰ স্মাৰক, অংগ বস্ত্ৰ ,জাপি আৰু নগদ ২০ হাজাৰ টকা ।

এইবাৰ বান থিয়েতাৰ বঁটা আগবঢ়ই প্ৰযোজক পৰিচালক কৃষ্ণ ৰয় লৈ । অহা ৩১ জুলাই ৰ পৰা আৰম্ভ হব লগা এই নাট মহোৎসৱত গন্ধৰ্ব নাট্য গোষ্ঠী ,গুৱাহাটী, পূৰ্ব বংগ, বানথিয়েতাৰে ভোগজৰা আৰু বড়ো ভাষাত এটি দলে "চিৰাজ" নাটক খন মঞ্চস্থ কৰিব ।
আনহাতে বানথিয়েতাৰৰ বৰ্ষ শ্ৰেষ্ট অভিনেতা অভিনেত্ৰী আৰু শিশু শিল্পী বঁটা প্ৰদান কৰে।
অন্নদা কুমাৰ পদ্মপতি সোঁৱৰণী ন্যাস ৰ বৰ্ষ শ্ৰেষ্ট অভিনেতা বঁটা জিতুমনি দেৱ চৌধুৰীয়ে লাভ কৰে ,বৰ্ষ শ্ৰেষ্ট অভিনিত্ৰী বঁটা স্পেইনী বৰ্মণলৈ আৰু শিশু শিল্পী প্ৰান্তিক কৃষ্ণন দাসলৈ কাৰ্তিক হাজৰিকা সোঁৱৰণী শিশু শিল্পী বঁটা প্ৰদান কৰে ।

সভাত উপস্থিত থাকে জিলা উপায়ুক্ত নৰসিং পৱাৰ, বিশিষ্ট শিক্ষাবিদ ভবেন বৰুৱা, লোক নায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ মাধাবচন্দ্ৰ দাস, বান থিয়েটাৰৰ সভাপতি বনকিম শৰ্মা উপস্থিত থাকে ।

Conclusion:

প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
১/৮/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.