শোণিতপুৰ, 28মাৰ্চ: বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত জব্দ কৰা হয় 14কাৰ্টন অৰুণাচলী সুৰা । চাৰিদুৱাৰ আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই এখন টাটা চুম’ৰ পৰা জব্দ কৰে প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ সুৰাখিনি । ভালুকপুঙৰ পৰা তেজপুৰ অভিমুখে আহি থকা টাটা চুম’ খনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় সুৰাখিনি ।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
শোণিতপুৰত জব্দ 14 কাৰ্টন সুৰা - ১৪ কাৰ্টুন সুৰা
৫০ হাজাৰ 'টকা মূল্যৰ অৰুণাচলী সুৰা জব্দ
![শোণিতপুৰত জব্দ 14 কাৰ্টন সুৰা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2833257-693-e5f9c50b-8d5b-4d06-8c69-53c6515865eb.jpg?imwidth=3840)
শোণিতপুৰত জব্দ ১৪ কাৰ্টুন সুৰা
শোণিতপুৰ, 28মাৰ্চ: বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত জব্দ কৰা হয় 14কাৰ্টন অৰুণাচলী সুৰা । চাৰিদুৱাৰ আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই এখন টাটা চুম’ৰ পৰা জব্দ কৰে প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ সুৰাখিনি । ভালুকপুঙৰ পৰা তেজপুৰ অভিমুখে আহি থকা টাটা চুম’ খনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় সুৰাখিনি ।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
শোণিতপুৰত জব্দ ১৪ কাৰ্টুন সুৰা
শোণিতপুৰত জব্দ ১৪ কাৰ্টুন সুৰা
Intro:চাৰিদুৱাৰত অৰুনাচলী সুৰা জব্দ।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰিদুৱাৰৰ ধাৰিকাটিত চাৰিদুৱাৰ আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি এখন টাটা চুমুৰ পৰা ১৫ কাৰ্টুন অৰুনাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। ভালুকপুঙৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন টাটা চুমুৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় সুৰাখিনি। জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ৫০ হাজাৰ টকাৰ হব বুলি আৰক্ষী সুত্ৰত প্ৰকাশ।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .