ETV Bharat / state

অৰুণাচল প্ৰদেশৰ ছিজুচাত ‘পাকে পাগা’ উৎসৱ - ছিজুচাত ‘পাকে পাগা’ উৎসৱ

‘পাকে পাগা’ পাকে টাইগাৰ ৰিজাৰ্ভৰ লগত সংলগ্ন এক উৎসৱ ৷ এই উৎসৱৰ জৰিয়তে বন্যপ্ৰণীৰ আপুৰুগীয়া সম্ভাৰ প্ৰদৰ্শন কৰাই ৰাইজক সজাগ কৰোৱা হয় ৷ ছিজুচাৰ পাকে ৰিজাৰ্ভৰ অন্যতম আকৰ্ষণ হ’ল ধনেশ পক্ষী, যি এতিয়া বিলুপ্তিৰ পথত ৷

Arunachal Governor innagurate Pakke Paga Festival at Sejosa
অৰুণাচল প্ৰদেশৰ ছিজুচাত ‘পাকে পাগা’ উৎসৱ
author img

By

Published : Jan 18, 2020, 8:28 PM IST

Updated : Jan 22, 2020, 7:26 AM IST

তেজপুৰ,18 জানুৱাৰীঃ শনিবাৰে অৰুণাচল প্ৰদেশৰ ছিজুচাত ‘পাকে পাগা’ উৎসৱৰ উদ্বোধন কৰে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ(অৱসৰপ্ৰাপ্ত) বি ডি মিশ্ৰই ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত এই উৎসৱৰ উদ্বোধনী ভাষণত ৰাজ্যপাল গৰাকীয়ে পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্যবাসীক সজাগ হ’বলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, ‘পাকে পাগা’ পাকে টাইগাৰ ৰিজাৰ্ভৰ লগত সংলগ্ন এক উৎসৱ ৷ এই উৎসৱৰ জৰিয়তে বন্যপ্ৰণীৰ আপুৰুগীয়া সম্ভাৰ প্ৰদৰ্শন কৰাই ৰাইজক সজাগ কৰোৱা হয় ৷ ছিজুচাৰ পাকে ৰিজাৰ্ভৰ অন্যতম আকৰ্ষণ হ’ল ধনেশ পক্ষী, যি এতিয়া বিলুপ্তিৰ পথত ৷ এই উৎসৱৰ জৰিয়তে পূৰ্বে নিচি জনজাতীয় লোকসকলে মূৰৰ টুপি হিচাপে ব্যৱহাৰ কৰা ধনেশ পক্ষীৰ ঠোটক পৰৱৰ্তী সময়ত কাঠৰ আৰু ফাইবাৰৰ দ্বাৰা নিৰ্মাণ কৰি ব্যৱহাৰ আৰম্ভ কৰা হয় ৷

অৰুণাচল প্ৰদেশৰ ছিজুচাত ‘পাকে পাগা’ উৎসৱ

ৰাজ্যপাল গাৰকীয়ে ইয়াৰ পূৰ্বে পাকে ৰিজাৰ্ভৰ ভিতৰত থকা WTIৰ চেন্টাৰ ফৰ বিয়াৰ ৰিহেবিলিটেচন এণ্ড কঞ্জাৰভেচন পৰিদৰ্শন কৰি এচিয়েটিক কলা ভালুকৰ পুণৰ সংৰক্ষণৰ বাবে সলাগ লয় ৷ পাকে পাগা উৎসৱৰ সামৰণি পৰিব 20 জানুৱাৰীত ৷

লগতে পঢ়ক-ৰেঞ্জাৰ পংকজ কলিতাৰ বাসগৃহত চি আই ডিৰ অভিযান

Intro:Used Governor Bite in Black dress .

তেজপুৰ,১৮ জানুৱাৰী : অৰুনাচল প্ৰদেশৰ ৰাজ্যপা ব্ৰিগ্ৰেডিয়াৰ (অৱসৰপ্ৰাপ্ত) বি ডি মশ্ৰই আজি কয় যে সন্ত্ৰাবাদ গা কৰি উঠা কিছু কাৰন হৈছে যি কানবোৰ আমি প্ৰশ্ৰয় দিব নালাগে ৷ সমগ্ৰ বিশ্বই এই সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে প্ৰচেষ্চা হাতত লৈছে আৰু ই প্ৰয়োজন ৷ পৰিবেশৰ ওপৰত আমি মানৱ সমাজে গুৰুত্ব দিব লাগে ৷

শনিবাৰে অৰুনাচল প্ৰদেশৰ পূৱ কামেং জিলাৰ ছিজুাচাত তিনিদিনিয়াকৈ আৰম্ভ হোৱা পাকে্ পাগা উৎসৰ উদ্ধোধন কৰি ৰাজ্যপাল গাকীয়ে পৰিবেশ আৰু বন্যপ্ৰাণী সংৰক্ষনৰ উপৰতো ৰাজ্যবাীক সজাগ হবলৈ আহ্বান জনায় ৷
Body:পাকে্ পাগা পাকে টাইগাৰ ৰিজাৰ্ভৰ সংলগ্ন এক উৎসৱ ৷ এই উৎসৱত বন্যপ্ৰাণীৰ আপুৰোগীয়া সম্ভাৰ পদৰ্শন কৰি ৰাইজক সজাগ কৰোৱা হয় ৷ ছিজুচাৰ পাকে্ ৰিজাৰ্ভৰ অন্যতম আকৰ্ষন ইয়াৰ ধনেশ পক্ষী চৰাই যি বৰ্তমান বিলুপ্তিৰ পথত , আৰু ইয়াৰ বাবেই এই উৎসৱৰ জৰিয়তে এই ধনেশ পক্ষীৰ যি ঠোট নিচি জনজাতীয় লোকসকলে পূ্বতে মূৰৰ টুপি হিচাবে ব্যৱহাৰ কৰিছিল সেয়া পৰৱৰ্তী সময়ত কাঠৰ আৰু ফাইৱাৰ ব্যৱহাৰ কৰি পিন্ধা আৰম্ভ কৰে ৷Conclusion:ৰাজ্যপাল মিশ্ৰই ইয়াৰ আগতে পাকে ৰিজাৰ্ভৰ ভিতৰত থকা WTI ৰ CENTRE FOR BEAR REHEALITATION AND CONSERATION ত পৰিদৰ্শন কৰে আৰু এচাইটিক কলা ভালুকৰ পুনৰ সংৰক্ষনৰ বাবে সলাগ লয় ৷ পাকে পাগা উৎসৱৰ অহা ২০ জানুৱাৰীত সামৰনি পৰিব ৷

প্ৰণৱ কুমাৰ দাস ৷
তেজপুৰ ৷
১৮/১/২০২০
Last Updated : Jan 22, 2020, 7:26 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.