ETV Bharat / state

ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিজেপি বিধায়ক

অৰুণাচল প্ৰদেশৰ বিজেপি বিধায়কৰ ওপৰত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে এগৰাকী মহিলাই ৷ হোটেলত সমষ্টিটোৰ প্ৰাথমিক চিকিৎসালয়ৰ ওপৰত আলোচনা কৰিবলৈ বুলি মাতি এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ মহিলাগৰাকীৰ ৷

ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিজেপি বিধায়ক
author img

By

Published : Oct 15, 2019, 4:06 PM IST

তেজপুৰ, ১৫ অক্টোবৰ: অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত অঘটন ৷ এইবাৰ বিজেপিৰ বিধায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিলে এগৰাকী মহিলাই ৷ অৰুণাচল প্ৰদেশৰ বামেং বিধানসভা সমষ্টিৰ বিধায়ক গোৰোক পৰডোঙৰ বিৰুদ্ধে এগৰাকী মহিলাই তৰিছে ধৰ্ষণৰ গোচৰ ৷ ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, এখন হোটেলত সমষ্টিটোৰ প্ৰাথমিক চিকিৎসালয়ৰ ওপৰত আলোচনা কৰিবলৈ বুলি মাতি আনি প্ৰথমে যৌন আতিশায্য , পিচত ধৰ্ষণ কৰা বুলি বিধায়ক গোৰোক পৰডোঙৰ বিৰুদ্ধে ইটানগৰ আৰক্ষীত গোচৰ তৰে মহিলাগৰাকীয়ে ৷

ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিজেপি বিধায়ক

আনহাতে বিগত বিধানসভা নিৰ্বাচনত হোৱা হিচাবৰ বাবেহে মহিলাগৰাকী আহিছিল বুলি গোৰোক পৰডোঙে মহিলাগৰাকীৰ গোচৰৰ বিপৰীতে পৃথকে এটা গোচৰ তৰে ৷ আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীৰ গোচৰ পঞ্জীয়ন কৰি ঘটনা সন্দৰ্ভত অনুসন্ধান কৰিহে সকলো জনাব পাৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

Intro:The Bameng Constituency MLA, Goruk Pordung had reportedly raped a married woman at an Itanagar hotel on October 12.
তেজপুৰ,১৫ অক্টোবৰ : অৰুনাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত অঘটন ৷ এইবাৰ বিজেপিৰ বিধায়কৰ বিৰুদ্ধে ধৰ্ষনৰ অভিযোগ ৷ ঘটনা সন্ধৰভত ইটানগৰ আৰক্ষীত গোচৰ ৰোজু ৷
Body:অৰুনাচল প্ৰদেশৰ বামেং বিধান সভা সমষ্টিৰ বিধায়ক গোৰোক পৰডোঙৰ বিৰুদ্ধে এগৰাকী মহিলাই অক্টোবৰৰ ১২ তাৰিখে এখন হোটেলত সমষ্টিটোৰ প্ৰাথমিক চিকিৎসালয়ৰ ওপৰত আলোচনা কৰিবলৈ বুলি মাতি আনি প্ৰথমে যৌন আতিশয্যা চলায় আৰু পিছত ধৰ্ষন কৰে বুলি ইটানগৰ আৰক্ষীত সোমাৰে নিশা গোচৰ তৰে ৷
আনহাতে বিধায়ক গৰাকীয়েও পৃথকে এটা গোচৰ তৰে যে মহিলা গৰাকী তেওৰ পতিৰ যোৱা বিধানসভা নিৰ্বাচনত হোৱা হিচাবৰ বাবেহে আহিছিল বুলি মহিলাগৰাকীৰ অভিযোগ খণ্ডন কৰি গোচৰ ৰোজু কৰে ৷
আৰক্ষীয়ে মহিলা গৰাকীৰ গোচৰ পঞ্জীয়ন কৰি ঘটনা সন্দৰভত অনুসন্ধান কৰিলেহে সকলো জনাব পাৰিব বুলি সাংবাদিকৰ আগত কয় ৷
Conclusion:আনহাতে এই ঘটনাৰ পিছতে অৰুনাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত চাঞ্চলৰ সৃষ্টি কৰাৰ লগতে চ'চিয়েল মিডিয়াত চৰ্চা আব্যাহত আছে ৷

Pranab kumar Das
Tezpur
15/10/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.