ETV Bharat / state

তেজপুৰত বৰষা ৰাণী বিষয়াই কি কৰিলে ??

দেওবাৰে সন্ধিয়া সাংস্কৃতিক নগৰী তেজপুৰত দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক

তেজপুৰত এখন বিউটি পাৰ্লাৰ মুকলি কৰিলে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই
author img

By

Published : Jul 29, 2019, 8:58 PM IST

তেজপুৰ,২৯ জুলাই : দেওবাৰে সন্ধিয়া সাংস্কৃতিক নগৰী তেজপুৰত এখন বিউটি পাৰ্লাৰ মুকলি কৰিবলৈ উপস্থিত হ'ল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া ৷ চুলি সংৰোপনকে ধৰি পুৰুষ মহিলাৰ সৌন্দৰ্য চর্চাৰ সুবিধা সম্বলিত মেদুসা নামৰ বিউটি পাৰ্লাৰখন বৰষা ৰাণী বিষয়াই কেক কাটি মুকলি কৰাৰ সময়ত উপস্থিত থাকে জিলাখনৰ উপায়ুক্ত নৰসিং পাৱাৰ আৰু অভিনেত্ৰী মুনমী ফুকন ৷ পাৰ্লাৰখন মুকলিৰ পূৰ্বে বৰ্ষাৰাণীয়ে নিজেও সৌন্দৰ্য চৰ্চা কৰিলে সহ-অভিনেত্ৰী মুনমী ফুকনৰ লগত ৷

Intro:তেজপুৰ,২৯জুলাই:এইবাৰ বিশিষ্ট অভিনেত্ৰী বৰষাৰাণী বিষয়াক দেখা গল সৌন্দৰ্য চৰ্চা কেন্দ্ৰ মুকলি কৰা মুহূৰ্তত।কেৱল ইমানেই নহয় শোণিতপুৰৰ উপায়ুক্ত ৰ লগত কেক কাটি সৌন্দৰ্য চৰ্চা কেন্দ্ৰ মুকলিৰ পূৰ্বে বৰষাৰাণীয়ে নিজেও সৌন্দৰ্য চৰ্চা কৰিলে সহ অভিনেত্ৰী মুনমী ফুকনৰ লগত ।

Body:হয় দেওবাৰে সন্ধিয়া সংস্কৃতি ক নগৰী তেজপুৰত এক সৌন্দৰ্য কেন্দ্ৰ মুকলি কৰিলে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। চুলি ৰূপোনেকে ধৰি পুৰুষ মহিলাৰ সৌন্দৰ্য চর্চাৰ সুবিধা সম্বলিত কেন্দ্ৰটো বৰষা ৰাণী বিষয়াই কেক কাটি মুকলি কৰাৰ সময়ত উপায়ুক্ত নৰসিং পৱাৰ আৰু অভিনেত্ৰী মুনমী ফুকনে ও সহযোগ কৰে
Bite: বৰষা ৰাণী বিষয়া
bite: উপায়ুক্ত নৰসিং পৱাৰ, ।
bite: ডঃ মনোজ মিৰধা ।

Conclusion:তেজপুৰৰ এই মেদুসা নামৰ সৌন্দৰ্য্য চৰ্চা কেন্দ্ৰই এক বিশেষ গুৰুত্ব লাভ কৰিব পাৰে বুলি জানিব পৰা গৈছে ।

প্ৰাণস্ব কুমাৰ দাস
তেজপুৰ।
২৯/৭/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.