ETV Bharat / state

কলিয়াভোমোৰা দলঙৰ পৰা তলত পৰিল ট্ৰাক

author img

By

Published : Mar 7, 2020, 3:19 PM IST

দুৰ্ঘটনাত আহত ট্ৰাকৰ চালক ৷ তেজপুৰৰ পৰা শনিবাৰে নগাঁও অভিমুখে আহি আছিল ট্ৰাকখন ৷

Accident at Kaliabhomora Bridge
কলিয়াভোমোৰা দলঙৰ পৰা তলত পৰিল ট্ৰাক

নগাঁও,7 মাৰ্চঃ শনিবাৰে কলিয়াভোমোৰা দলঙত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰৰ বালিচৰত পৰিল ট্ৰাক। দুৰ্ঘটনাটোত আহত হয় ট্ৰাকখনৰ চালক বিজয় কুমাৰ ৷ তেজপুৰৰ পৰা নগাঁৱলৈ বিস্কুট আৰু ছিপ্চ কঢ়িয়াই আনিছিল ট্ৰাকখনে ৷ কলিয়াভোমোৰাৰ 10 নং খুটাৰ কাষত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ এইচ আৰ ৫৫ ইউ ২৭১৫ (HR 55U 2715) ৷

Accident at Kaliabhomora Bridge
ক্ষতিগ্ৰস্থ ট্ৰাকখন
Accident at Kaliabhomora Bridge
দলঙৰ পৰা তলত পৰিল ট্ৰাক
Accident at Kaliabhomora Bridge
ক্ষতিগ্ৰস্থ ট্ৰাকখন

লগতে পঢ়কঃ বাজেটত ঘোষিত আচনিৰ ধন ক'ৰ পৰা আহিবঃ ডঃ দেৱজিৎ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.