ETV Bharat / state

তেজপুৰত প্ৰতিবাদকাৰীয়ে জ্বলালে RSS কৰ্মীৰ বাহন

author img

By

Published : Dec 12, 2019, 3:02 PM IST

Updated : Dec 16, 2019, 3:22 PM IST

তেজপুৰত উত্তপ্ত জনতাই জ্বলালে আৰক্ষীৰ বাহন ৷ সান্ধ্য আইন জাৰি ৷

আৰক্ষীৰ বাহন জ্বলালে প্ৰতিবাদকাৰীয়ে
আৰক্ষীৰ বাহন জ্বলালে প্ৰতিবাদকাৰীয়ে

তেজপুৰ, 12 ডিচেম্বৰ: তেজপুৰত উত্তপ্ত প্ৰতিবাদী জনতাই জ্বলাই দিলে আৰক্ষীৰ বাহন ৷ তেজপুৰ সদৰ আৰক্ষী আৰু ঢেকীয়াজুলি আৰক্ষীৰ চকীৰ অন্তৰ্গত এলেকাত সান্ধ্য আইন জাৰি ।

তেজপুৰ, 12 ডিচেম্বৰ: তেজপুৰত উত্তপ্ত প্ৰতিবাদী জনতাই জ্বলাই দিলে আৰক্ষীৰ বাহন ৷ তেজপুৰ সদৰ আৰক্ষী আৰু ঢেকীয়াজুলি আৰক্ষীৰ চকীৰ অন্তৰ্গত এলেকাত সান্ধ্য আইন জাৰি ।

লগতে পঢ়ক: দিনৰ 11 বজাৰ পৰা তেজপুৰত সেনাৰ ফ্লেগ মাৰ্চ ঘোষণা

তেজপুৰ,১২ ডিচেম্বৰ: তেজপুৰত উত্তপ্ত পৰিস্থিতি হাজাৰ হাজাৰ ৰাইজ আৰক্ষীৰ বাধা নেওচি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত । ইতিমধ্যে তেজপুৰ সদৰ আৰক্ষী আৰু ঢেকীয়াজুলি আৰক্ষীৰ অন্তৰ্গত এলেকাত সন্ধ্যা আইন জাৰি ।
এই উত্তপ্ত পৰিস্থিতি ত তেজপুৰ চহৰৰ মাধৱ ধামত এজন আৰ এছ এছ ৰ কৰ্মীয়ে নিজৰ জিপচি গাড়ীৰে সমদলৰ মাজত সোমাই কেইবাজনো লোকক আঘাত কৰাৰ কৰাত প্ৰতিবাদ কাৰীয়ে তেওঁৰ গাড়ী খন জ্বলাই দিয়াৰ পিছত আৰক্ষীয়ে 3 ৰাওণ্ড ৰবাৰ বুলেট ফাইৰিং কৰে আৰক্ষী উপ মহাপৰিদৰ্শক লাচিত বৰুৱাৰ আৰু অধীক্ষক কুমাৰ সঞ্জয় কৃষ্ণ আৰু দাণ্ডাধীশ ৰ নেতৃত্বত ।
প্ৰতিবাদী সকল ছত্র ভংগ দিয়ে যদিও পুনৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী তেজপুৰ আদালত চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
12/12/19
Last Updated : Dec 16, 2019, 3:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.