- শোণিতপুৰত চাৰিদুৱাৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা
- ভালুকপুঙৰ পৰা AS-03BC- 6150 নম্বৰৰ বলেৰ' পিকআপ গাড়ীত কঢ়িয়াই আনিছিল অৰুণাচলী সুৰা
- সুৰাখিনি ভালুকপুঙৰ পৰা গোলাঘাটলৈ নিয়াৰ পৰিকল্পনা কৰিছিল সুৰা ব্যৱসায়ীয়ে
- বৰ্তমান চাৰিদুৱাৰ আৰক্ষীৰ হাতত আটক গাড়ী চালকজন
- চালকজন গোলাঘাট জিলাৰ ৰঙাজানৰ সোনটু বৰা বুলি জানিব পৰা গৈছে
- আৰক্ষীৰ মতে জব্দ কৰা সুৰাৰ মূল্য প্ৰায় ৬০ হাজাৰ টকা
বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ - চাৰিদুৱাৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা
শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ,এজনক আটক
বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ
- শোণিতপুৰত চাৰিদুৱাৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা
- ভালুকপুঙৰ পৰা AS-03BC- 6150 নম্বৰৰ বলেৰ' পিকআপ গাড়ীত কঢ়িয়াই আনিছিল অৰুণাচলী সুৰা
- সুৰাখিনি ভালুকপুঙৰ পৰা গোলাঘাটলৈ নিয়াৰ পৰিকল্পনা কৰিছিল সুৰা ব্যৱসায়ীয়ে
- বৰ্তমান চাৰিদুৱাৰ আৰক্ষীৰ হাতত আটক গাড়ী চালকজন
- চালকজন গোলাঘাট জিলাৰ ৰঙাজানৰ সোনটু বৰা বুলি জানিব পৰা গৈছে
- আৰক্ষীৰ মতে জব্দ কৰা সুৰাৰ মূল্য প্ৰায় ৬০ হাজাৰ টকা
Intro:চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দঃ এজনক আটকBody:ৰঙাপৰাঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা অবৈধ ভাৱে একাংশ লোকে অৰুণাচলী সুৰা সৰবৰাহ কৰি থকাৰ সময়তে আজি শোনিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ভালুকপুঙৰ AS-0-BC- 6150 নম্বৰৰ বলেৰ পিকআপ গাড়ীখনত অৰুণাচলী সুৰা আনিছিল। কিন্তু চাৰিদুৱাৰ আৰক্ষীয়ে ৰাতিপুৱা আৰক্ষী থানাৰ সন্মূখত চলাই থকা নিয়মীয়া তালাচী চলাই থকাৰ সময়ত গাড়ীখনসহ জব্দ কৰে অবৈধ সুৰাখিনি। সুৰাখিনি ভালুকপুঙৰ পৰা গোলাঘাটলৈ নিয়াৰ পৰিকল্পনা কৰিছিল সুৰা ব্যৱসায়ীয়ে। ইফালে, চাৰিদুৱাৰ আৰক্ষীয়ে গাড়ীখনৰ চালকজনক আটক কৰিবলৈ সক্ষম হৈছে ৷ চালকজন গোলাঘাট জিলাৰ ৰঙাজানৰ সোনটু বৰা বুলি জানিব পৰা গৈছে। গাড়ীখনত অবৈধ ভাৱে কঢ়িয়াই অনাৰ সময়ত জব্দ কৰা সুৰাখিনিৰ মূল্য প্ৰায় ৬০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .