- উজনি চিয়াঙৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ৫ জনৰ মৃতদেহ উদ্ধাৰ (5 body rescued in Arunachal Helicopter crashed) ।
- শুকুৰবাৰে সংঘটিত হৈছিল সেনাবাহিনীৰ এই হেলিকপ্টাৰ দুৰ্ঘটনা (Army Helicopter crashed in Arunachal) ।
- হেলিকপ্টাৰখনত আছিল পাঁচজন সেনাবাহিনীৰ লোক ।
- পূব অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ টুটিঙৰ পৰা ২৫ কিলোমিটাৰ নিলগত সংঘটিত হয় দুৰ্ঘটনাটো ।
- সেনাৰ Advance Light Helicopter দুৰ্ঘটনাত ৫ জন লোক নিহত হয় ।
- নিহতকেইজন হৈছে-
- মেজৰ বিকাশ ভাম্ভু (Major Vikas Bhambhu)
- মেজৰ মোস্তাফা বোহাৰা (Major Mustafa Bohara)
- কেপ্টেইন টেকনিকেল অশ্বিন কে ভি (Captain Technical Aswin K V)
- হাবিলদাৰ (অপাৰেচন) বাইটছ সিনহা (Havildar (operation) Bites Sinha)
- নায়ক (অপাৰেচন) ৰোহিতশ্ব কুমাৰ (Nayak (Operation) Rohitashva Kumar)
- ৰোহিতশ্ব কুমাৰ ৰাজস্থানৰ বুলি জানিব পৰা হৈছে ।
- শুকুৰবাৰে পুৱা ১০.৪৩ বজাত লিকাবালিৰ পৰা সীমান্তৰ দিশে উৰা মাৰিছিল হেলিকপ্টাৰখন ।
- উৰামৰাৰ ২০ মিনিট পিছতে সংঘটিত হয় দুৰ্ঘটনাটো ।
- হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায় ।
লগতে পঢ়ক :Helicopter Crashed: দুৰ্ঘটৰ্ঘনাত পতিত হোৱাৰ পূৰ্বে সেৰ্বে না হেলিকপ্টাৰখনে পঠাইছিল বিশেষ বাৰ