ETV Bharat / state

ঢেকীয়াজুলিত মৃত্যুমুখত মৃত্যুঞ্জয় সেৱা - 108 ambulance service

ঢাক-ঢোলতে সীমাৱদ্ধ চৰকাৰৰ উন্নয়ন ৷ বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে মৃত্যুঞ্জয় সেৱাৰ এম্বুলেঞ্চ ৷

মৃত্যুমুখত মৃত্যুঞ্জয় সেৱা
author img

By

Published : Jun 18, 2019, 8:17 PM IST

ঢেকীয়াজুলি, 18 জুন : চৰকাৰে পৰিৱৰ্তনৰ তথা উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে ঢেকীয়াজুলিত মৃত্যুমুখত মৃত্যুঞ্জয় সেৱা ৷ ঢেকীয়াজুলি মহকুমাৰ ঢেকীয়াজুলি আৰু বৰছলা দুটাকৈ সমষ্টিক সংলগ্ন কৰি ৰখা দুখনকৈ ১০৮ এম্বুলেঞ্চ আজি পৰ্যন্ত বিকল হৈ থকাত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে ৷ দুয়োখন এম্বুলেঞ্চেই বহু বছৰ ধৰি মেৰামতিৰ বাবে পৰিত্যক্ত অৱস্থাত গেৰেজত পৰি ৰোৱাত তৎকালীন অৱস্থাত হাস্পতাললৈ ৰোগী নিয়াত অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰাইজে ৷ সেয়েহে অতি শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি মৃত্যুঞ্জয় সেৱাৰ এম্বুলেঞ্চ দুখন ৰাইজৰ বাবে পুনৰ মুকলি কৰিবলৈ আহ্বান ৰাইজৰ লগতে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যৰ ৷

লগতে পঢ়ক - আত্মসহায়ক গোটৰ মহিলাক ৰামঠগন দি আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক

Intro:‌ ঢেকীয়াজুলিত মৄত্যমূখত স্বাস্থ্য বিভাগৰ মৃত্যুঞ্জয় সেৱা ।

মৃত্যুমূখত মৃতুঞ্জয় সেৱা।ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমোল পৰিৱর্তনৰ সময়তে আমি আপোনাক দেখুৱাম এটা দৃশ্য । এই দৃশ্যলৈ মন কৰক। এখন গেৰেজত বহু বছৰ ধৰি মেৰামতিৰ নামত এই দৰে পৰিত্যক্ত অৱস্থাত আছে দুখনকৈ এম্বুলেঞ্চ।এই দৃশ্য হৈছে ঢেকীয়াজুলি মহকুমাৰ দূটাকৈ সমষ্টি সংলগ্ন হৈ থকা ১০৮ ৰ দুৰৱস্থা।এই সন্দৰ্ভত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ মূখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যই প্ৰতিক্ৰিয়া বৃক্ত কৰি কয় যে যিহেতু ঢেকীয়াজুলি আৰু বৰছলাৰ সমষ্টিৰ দৰিদ্র লোকসকলকৰ বাবে মুকলি কৰা মৃতুঞ্জয় সেৱাৰ ব্যৱস্থা কৰিছিল কিন্তু আজি ঢেকীয়াজুলি মহকুমাত দুয়োখন গাড়ী বিকলত হোৱাত জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে । সেয়েহে অতি শীঘ্রে ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাইছে।

অমল নাথ, ঢেকিয়াজুলি ।Body:‌ ঢেকীয়াজুলিত মৄত্যমূখত স্বাস্থ্য বিভাগৰ মৃত্যুঞ্জয় সেৱা ।

মৃত্যুমূখত মৃতুঞ্জয় সেৱা।ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমোল পৰিৱর্তনৰ সময়তে আমি আপোনাক দেখুৱাম এটা দৃশ্য । এই দৃশ্যলৈ মন কৰক। এখন গেৰেজত বহু বছৰ ধৰি মেৰামতিৰ নামত এই দৰে পৰিত্যক্ত অৱস্থাত আছে দুখনকৈ এম্বুলেঞ্চ।এই দৃশ্য হৈছে ঢেকীয়াজুলি মহকুমাৰ দূটাকৈ সমষ্টি সংলগ্ন হৈ থকা ১০৮ ৰ দুৰৱস্থা।এই সন্দৰ্ভত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ মূখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যই প্ৰতিক্ৰিয়া বৃক্ত কৰি কয় যে যিহেতু ঢেকীয়াজুলি আৰু বৰছলাৰ সমষ্টিৰ দৰিদ্র লোকসকলকৰ বাবে মুকলি কৰা মৃতুঞ্জয় সেৱাৰ ব্যৱস্থা কৰিছিল কিন্তু আজি ঢেকীয়াজুলি মহকুমাত দুয়োখন গাড়ী বিকলত হোৱাত জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে । সেয়েহে অতি শীঘ্রে ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাইছে।

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:‌ ঢেকীয়াজুলিত মৄত্যমূখত স্বাস্থ্য বিভাগৰ মৃত্যুঞ্জয় সেৱা ।

মৃত্যুমূখত মৃতুঞ্জয় সেৱা।ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমোল পৰিৱর্তনৰ সময়তে আমি আপোনাক দেখুৱাম এটা দৃশ্য । এই দৃশ্যলৈ মন কৰক। এখন গেৰেজত বহু বছৰ ধৰি মেৰামতিৰ নামত এই দৰে পৰিত্যক্ত অৱস্থাত আছে দুখনকৈ এম্বুলেঞ্চ।এই দৃশ্য হৈছে ঢেকীয়াজুলি মহকুমাৰ দূটাকৈ সমষ্টি সংলগ্ন হৈ থকা ১০৮ ৰ দুৰৱস্থা।এই সন্দৰ্ভত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ মূখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যই প্ৰতিক্ৰিয়া বৃক্ত কৰি কয় যে যিহেতু ঢেকীয়াজুলি আৰু বৰছলাৰ সমষ্টিৰ দৰিদ্র লোকসকলকৰ বাবে মুকলি কৰা মৃতুঞ্জয় সেৱাৰ ব্যৱস্থা কৰিছিল কিন্তু আজি ঢেকীয়াজুলি মহকুমাত দুয়োখন গাড়ী বিকলত হোৱাত জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে । সেয়েহে অতি শীঘ্রে ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাইছে।

অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.