ETV Bharat / state

নামতিত উদযাপন জুবিন গাৰ্গৰ 48 সংখ্যক ওপজা দিন - কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নিয়ৰ ৰাজ ৰিম্পুল দেউৰী

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ 48 সংখ্যক ওপজা দিন ৷ শিৱসাগৰ জিলাৰ নামতিত জুবিন ফেন ক্লাৱ আৰু সহায় ৰক্তদান অসমৰ 48 ইউনিট ৰক্তদানেৰে জন্মদিন উদযাপন ৷ শ্বহীদ পিয়লি ফুকন কলেজ গোট আৰু সহায় ৰক্তদান অসমৰ উদ্যোগত শ্বহীদ পিয়লি ফুকন কলেজত উদযাপন কৰে জুবিন গাৰ্গৰ 48 সংখ্যক জন্মদিন ৷

A_Amg_Zubeen_gurg_birthday_celebration_img_as10033
নামতিত উদযাপন জুবিন গাৰ্গৰ 48 সংখ্যক ওপজা দিন
author img

By

Published : Nov 18, 2020, 7:01 PM IST

আমগুৰি,১৮ নৱেম্বৰ: আজি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ 48 সংখ্যক ওপজা দিন ৷ ওপজা দিনৰ লগত সংগতি ৰাখি ফেন ক্লাৱসমূহে আয়োজন কৰিছে বিভিন্ন অনুষ্ঠান ৷ শিৱসাগৰ জিলাৰ নামতিত জুবিন ফেন ক্লাৱ আৰু সহায় ৰক্তদান অসমৰ 48 ইউনিট ৰক্তদানেৰে জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰে ৷

A_Amg_Zubeen_gurg_birthday_celebration_img_as10033
নামতিত উদযাপন জুবিন গাৰ্গৰ 48 সংখ্যক ওপজা দিন

শিৱসাগৰ জুবিন ফেন ক্লাৱ,জুবিন ফেন ক্লাৱ শ্বহীদ পিয়লি ফুকন কলেজ গোট আৰু সহায় ৰক্তদান অসমৰ উদ্যোগত শ্বহীদ পিয়লি ফুকন কলেজত ৰক্তদানেৰে উদযাপন কৰে জুবিন গাৰ্গৰ 48 সংখ্যক জন্মদিন। বৃক্ষ ৰোপন আৰু কেক কাটি উদযাপন কৰা জুবিন গাৰ্গৰ জন্মদিনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ধ্ৰুৱজ্যোতি নাথ,নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দোলেন্দ্ৰ চেতিয়া,প্ৰৱক্তা উমাকান্ত হাজৰিকা,সহায় ৰক্তদান অসমৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নিয়ৰ ৰাজ ৰিম্পুল দেউৰীকে ধৰি বহু গণ্য মান্য ব্যক্তি।

লগতে পঢ়ক: সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.