ETV Bharat / state

দিখৌ দলঙৰ পৰা জঁপিয়ালে বৃদ্ধাই

author img

By

Published : Oct 19, 2019, 11:31 AM IST

শিৱসাগৰ নগৰৰ পকী দিখৌ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী বৃদ্ধাৰ ৷ সম্প্ৰতি কোনোধৰণৰ তথ্য লাভ কৰিব পৰা হোৱা নাই বৃদ্ধাগৰাকীৰ ৷

দিখৌ দলঙৰ পৰা জঁপিয়াই আত্মহত্যা বৃদ্ধাৰ

শিৱসাগৰ, 19 অক্টোবৰঃ শিৱসাগৰ নগৰৰ পকী দিখৌ দলংত অঘটন ৷ দলংৰ ওপৰৰ পৰা দিখৌ নৈত জাঁপ দিয়ে এগৰাকী বৃদ্ধাই ৷ ঘটনাস্থলীত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীয়ে সাঁতুৰি গৈ বাঁহ দি মহিলা গৰাকী উদ্ধাৰৰ চেষ্টা কৰে যদিও তেখেতে বাঁহ আঁতৰাই দিয়ে ৷

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও সম্প্ৰতি কোনোধৰণৰ তথ্য লাভ কৰিব পৰা হোৱা নাই বৃদ্ধাগৰাকীৰ ৷

শিৱসাগৰ নগৰৰ পকী দিখৌ দলংত অঘটন

Intro:Body:Breaking

শিৱসাগৰ নগৰৰ পকী দিখৌ দলংত অঘটন।এগৰাকী বৃদ্ধা মহিলাই দলংৰ ওপৰৰ পৰা জপিয়ালে দিখৌ নদীত।প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এগৰাকী চুলি পকা বৃদ্ধাই দলংৰ পৰা জাপ দিয়ে।উপস্থিত লোকে সাঁতুৰি গৈ বাঁহ দি মহিলা গৰাকী উদ্ধাৰৰ চেষ্টা কৰে যদিও তেওঁ বাঁহ আঁতৰাই দিয়ে।বৰ্তমানে পৰিচয় লাভ কৰিব পৰা নাই মহিলা গৰাকীৰ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.