ETV Bharat / state

সুৰামত্ত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ - Sivsagar civil hospital

আমগুৰিৰ বৰচিলা চাহ বাগিছাত হত্যাকাণ্ড । ৰোগীয়া পত্নীক হত্যা কৰিলে সুৰাসক্ত স্বামীয়ে ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে মৃত মাধুৰী মাঋিক ৷

A_Amg_801_802_2_July_Breaking_Murder_Visual_Bite_Samiran_Duarah
স্বামীৰ হাতত প্ৰাণ গ’ল পত্নী মাধুৰী মাঋিৰ
author img

By

Published : Jul 2, 2021, 2:04 PM IST

আমগুৰি, 2 জুলাই : আমগুৰিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বৰচিলা চাহ বাগিচাত (Barchila tea garden) সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৰছিলা চাহ বাগিচা (Barchila tea garden)ৰ পকা লাইনত সংঘটিত হৈছে এই হত্যাকাণ্ড । মাতাল স্বামী চনিচন মাঋিৰ লাঠিৰ মাৰত প্ৰাণ গ’ল পত্নী মাধুৰী মাঋিৰ ।

স্বামীৰ হাতত প্ৰাণ গ’ল পত্নী মাধুৰী মাঋিৰ

উল্লেখ্য যে,ৰোগাক্ৰান্ত মাধুৰী মাঋিক নিচাসক্ত স্বামীয়ে মাৰ-ধৰ কৰাৰ পাছতে চুবুৰীয়াই মৃত অৱস্থাত উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত স্থানীয় হালোৱাটিং আৰক্ষী (Haloating police) ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ (Sivsagar civil hospital) প্ৰেৰণ কৰিছে । অভিযুক্ত চনিচন মাঋিক প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাই ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:নগাঁৱত কি কলে অখিল গগৈয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.