শিৱসাগৰ, 25 মে’: দেওবাৰে শিৱসাগৰৰ সোণাৰিৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়নৰ চেষ্টা দুই যুৱকৰ । সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সোণাৰি নগৰত ।
গুজৰাটৰ পৰা আহি সোণাৰি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল সাপেখাতিৰ ৰাজকুমাৰ ওৰাং আৰু বৰহাটৰ কৰণ বাগ নামৰ যুৱক দুজন ।
লগতে পঢ়ক: 427 গৰাকীলৈ বৃদ্ধি ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা