ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি - top 10 at 9 am

9 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 at 9 am
9 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Jul 8, 2022, 9:14 AM IST

Agnipath Scheme: সংসদীয় পৰামৰ্শদাতা সমিতিক সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১১ জুলাইত সম্বোধন কৰিব প্ৰতিৰক্ষা বিভাগৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ এখন বৈঠক ৷ বৈঠকত অগ্নিপথ আঁচনিৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে(Defence Minister to update defence consultation committee about Agneepath scheme ) ৷

বাবা ৰামদেৱৰ ছ’চিয়েল মিডিয়াত ফল’ৱাৰৰ সংখ্যা প্ৰায় ২০ লাখ

সাধু আৰু যোগীসকলে সামাজিক মাধ্যমত ৰিল, ভিডিঅ’ বনাই যুৱ প্ৰজন্মৰ সমাগৰ লাভ কৰাৰ চেষ্টা আৰম্ভ কৰিছে । বাবা ৰামদেৱৰ ছ’চিয়েল মিডিয়াত ফল’ৱাৰৰ সংখ্যা প্ৰায় ২০ লাখ (Baba Ramdev on social media ) ৷

বৰপেটাত বিস্ফোৰকসহ জেহাদীৰ সন্দেহত দুই যুৱকক গ্ৰেপ্তাৰ

বৰপেটাৰ হাউলীৰ উত্তৰ কালঝাৰত আৰক্ষীৰ অভিযানত জেহাদী সন্দেহত গ্ৰেপ্তাৰ দুই যুৱকক (Youths arrested suspect of Jihadi) ৷ ধৃত দুই যুৱক উত্তৰ কালঝাৰৰ মোকদ্দছ আলী আহমেদ আৰু জনীয়াৰ ছফিকুল ইছলাম ৷

২০২৪ চনৰ ভিতৰত অসমৰ প্ৰতিঘৰ মানুহে পাব বিশুদ্ধ খোৱাপানী: মন্ত্রী জয়ন্তমল্ল বৰুৱা

জল জীৱন মিছনৰ ৰূপায়ণ সন্দৰ্ভত মন্ত্রী জয়ন্তমল্ল বৰুৱাৰ সংবাদমেল (PHE minister Jayanta Malla Barua)। এতিয়ালৈকে ২৪ লাখ ৪১ হাজাৰ পৰিয়ালক জল জীৱন মিছনত সামৰি লোৱা হৈছে (Jal Jeevan Mission in Assam)। এইবছৰ ২৮ লাখ লোকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ । ৰাজ্যৰ ৩৮ শত‍াংশ লোকক জল জীৱন মিছনৰ অধীনত পানীৰ সংযোগ দিয়া হৈছে । ২০২৪ ভিতৰত সকলোকে অৰ্থাৎ ৬৫ লাখ পৰিয়ালক পানীৰ সংযোগ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ (Clean drinking water in Assam) ।

নাজিৰা নাট্য মন্দিৰত গ্ৰীষ্মকালীন নাট কৰ্মশালা

বৃহস্পতিবাৰৰ পৰা ২৪ দিনীয়া কাৰ্যসূচীৰে নাজিৰা নাট্য মন্দিৰত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন নাট কৰ্মশালা (Summer Drama Workshop at Nazira Natya Mandir) ৷ কৰ্মশালাখনৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেতা কমল লোচন আৰু ৰনাল্ড হুছেইন (Actors Kamal Lochan and Ronald Hussain)৷

বার্ণল নহয়, এতিয়া ফেনাইল, ব্লিছিং পাউদাৰ বিতৰণৰ সময়: বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চা

বৰ্তমান সময়ত ৰাজ্যৰ সৰ্বত্ৰে পৰাজয়ৰ অহস্যকৰ ৰাজনৈতিক যন্ত্ৰণাত কংগ্ৰেছী নেতাসকল ছটফটাই আছে ৷ সেয়েহে ৰাজীৱ ভৱনত বিনামূলীয়া বিতৰণ কেন্দ্ৰ খুলি বাৰ্ণল বিলাওক ৷ কংগ্ৰেছ নেত্ৰী অংকিতা দত্তক কটাক্ষ বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ (BJP state yuva marcha slams Ankita Dutta) ৷

লেপেটকটাত পৰম্পৰাগত পানীতোলা সবাহ

লেপেটকটাত ধৰ্মীয় নীতি নিয়মেৰে অনুষ্ঠিত হ'ল সোণোৱাল কছাৰী সকলৰ কৃষিভিত্তিক পৰম্পৰাগত উৎসৱ পানীতোলা সবাহ (Panitola festival celebrated by Sonowal Kachari) ৷ সোণোৱাল কছাৰীসকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰি আহিছে কৃষিভিত্তিক পৰম্পৰাগত উৎসৱ পানীতোলা সবাহ (Traditional Panitola festival) ।

দুমহীয়া কাৰ্যকালত তেজপুৰৰ উন্নয়নৰ বাবে পৌৰসভাৰ বিশেষ পদক্ষেপ

তেজপুৰ পৌৰসভা(Tezpur Municipality)ৰ নৱ নিৰ্বাচিত সমিতিৰ দায়িত্ব গ্ৰহণ কৰা দুমাহ উকলি গল । এই সময়ছোৱাত এই নৱ নিৰ্বাচিত পৌৰপতিৰ নেতৃত্বত কি কি উন্নয়নমূলক কাম হাতত লৈছে পৌৰসভাই (Development work of Tezpur Municipality) । জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Kirtikamal Bora fake encounter : আনন্দ মিশ্ৰক তদন্তৰ আওঁতালৈ অনাৰ দাবী উত্থাপন

চি আই ডিৰ প্ৰতিবেদনে ফাদিল কৰিলে নগাঁও আৰক্ষীৰ ভুৱা এনকাউন্টাৰ (Fake encounter by Nagaon police)৷ চলিত বৰ্ষৰ ২২ জানুৱাৰীত নগাঁৱৰ কচলুখোৱাত সংঘটিত এক ভয়ংকৰ ঘটনাৰ বলি হৈছিল কীৰ্তিকমল বৰা ৷ সেই সময়ত নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আই পি এছ আনন্দ মিশ্ৰই গঠন কৰা এন্টি নাৰ্কটিক স্কোৱাডৰ নেতৃত্ব দিয়া এ বি এছ আই প্ৰদীপ বণিয়াই সোঁ ভৰিত গুলীয়াইছিল কীৰ্তিকমলক (Kirtikamal Bora fake encounter) ৷

ভোটৰ কাৰণে বিজেপি চৰকাৰে 5 জনগোষ্ঠীক খিলঞ্জীয়া ঘোষণা কৰিছে: লুৰিণজ্যোতি গগৈ

যি ৫ জনগোষ্ঠীক কেবিনেটে খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদান কৰিছে তেঁওলোক পূৰ্বৰে পৰা অসমৰ খিলঞ্জীয়া মানুহ (Lurinjyoti Gogoi commented on cabinet decision)। মুছলমান লোকৰ ভোটৰ কাৰণে বিজেপি চৰকাৰে এই 5 জনগোষ্ঠীক খিলঞ্জীয়া বুলি ঘোষণা কৰে ৷ নলবাৰীৰ বৰভাগত বানাক্ৰান্ত লোকৰ দুখ দুৰ্দশাৰ খবৰ লবলৈ উপস্থিত হোৱাৰ সময়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কলে এইদৰে (Lurinjyoti Gogoi visited flooded area at Barbhag) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.