ETV Bharat / state

আহোম জনগোষ্ঠীক বিবেক ভোট প্ৰদানৰ আহ্বান টাইপাৰ

অসমত বাস কৰা ৪২ লাখ আহোম জনগোষ্ঠীৰ জন সাধাৰণক আগন্তুক বিধানসভা নিৰ্বাচনত বিবেক ভোট প্ৰদান কৰি বিজেপিক পুলিয়ে-পোখালিয়ে উভালি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ আহ্বান টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ নৱদ্বীপ বৰুৱাৰ ৷ আহোম জনগোষ্ঠীক জনজাতিকৰণৰ নামত আভূৱা ভাৰি নাথাকিবলৈ আহ্বান ৰাজ্য চৰকাৰক ৷

AS_Tingkhong_tai-ahom-yuva-parisad-press-meet_ASC10071
টিংখাং টাই আহোম যুৱ পৰিষদৰ সংবাদমেল
author img

By

Published : Mar 2, 2021, 11:11 AM IST

টিংখাং,2 মাৰ্চ: টিংখাং টাই আহোম যুৱ পৰিষদ সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে ৷ চৰাইদেউ জিলাৰ সাপেখাতীত অনুষ্ঠিত এই সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ নৱদ্বীপ বৰুৱাই শাসনাধীষ্ঠ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷

অসমত বাস কৰা ৪২ লাখ আহোম জনগোষ্ঠীৰ জন সাধাৰণক আগন্তুক বিধানসভা নিৰ্বাচনত বিবেক ভোট প্ৰদান কৰি বিজেপিক পুলিয়ে-পোখালিয়ে উভালি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ আহ্বান জনাইছে টাইপাৰ মুখপাত্ৰ নৱদ্বীপ বৰুৱাই । আহোম জনগোষ্ঠীক জনজাতিকৰণৰ নামত আভূৱা ভাৰি নাথাকিবলৈ আহ্বান ৰাজ্য চৰকাৰক ৷

টাইপাৰ সংবাদমেল

আহোম জনগোষ্ঠীক কেবিনেট পৰ্যায়ৰ মন্ত্ৰীত্ব প্ৰদান কৰাৰ ক্ষেত্ৰতো হেমাহি কৰাৰ অভিযোগ সংগঠনটোৰ নেতৃবৃন্দৰ ৷ কৃষক নেতা অখিল গগৈক মুক্তিৰ লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাহনত নলবাৰীত বিজেপি কৰ্মীয়ে চলোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ত্ব কৰাৰ দাবী উত্থাপন কৰা হয় এই সংবাদমেলৰ জৰিয়তে ৷

লগতে পঢ়ক-বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.