ETV Bharat / state

শিৱসাগৰৰ শলগুৰিত বাঘৰ সন্ত্ৰাস - বাঘ

বাঘৰ আক্ৰমণত শিৱসাগৰৰ শলগুৰিত আহত এজন ব্যক্তি ৷ ঘৰৰ চৌহদতে বাঘে আক্ৰমণ কৰে পুতুল দত্ত(৫৩) নামৰ ব্যক্তিজনক ৷

শিৱসাগৰৰ শলগুৰিত বাঘৰ সন্ত্ৰাস
author img

By

Published : Jun 11, 2019, 7:42 AM IST

শিৱসাগৰ, 11 জুনঃ শিৱসাগৰৰ শলগুৰিত বাঘৰ সন্ত্ৰাস ৷ বাঘৰ আক্ৰমণত আহত এজন ব্যক্তি৷ ঘৰৰ চৌহদতে বাঘে আক্ৰমণ কৰে 53 বছৰীয়া পুতুল দত্ত নামৰ এজন ব্যক্তিক ৷

শিৱসাগৰৰ শলগুৰিত বাঘৰ সন্ত্ৰাস

২ নং শলগুৰিৰ বাসিন্দা পুতুল দত্তৰ পিঠি আৰু ভৰিত আক্ৰমণ কৰে বাঘে ৷ ব্যক্তিজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ৷ দীৰ্ঘদিন ধৰি বাঘে সন্ত্ৰাস চলাই আহিছে এই অঞ্চলত ৷

Intro:Body:

শিৱসাগৰৰ শলগুৰিত বাঘৰ সন্ত্ৰাস ৷ বাঘৰ আক্ৰমনত আহত এজন ব্যক্তি ৷ ঘৰৰ চৌহদতে বাঘে আক্ৰমণ কৰে পুতুল দত্ত (৫৩) নামৰ ব্যক্তিজনক ৷ ২ নং শলগুৰিৰ বাসিন্দা পুতুল দত্তৰ পিঠি আৰু ভৰিত আক্ৰমণ বাঘৰ ৷ ব্যক্তিজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰাৰ্থমিক  চিকিৎসা প্ৰদান কৰা হৈছে ৷

A_SVR_10TH_JUNE_803-804_TIGER_ATTACK_7203499

Sent to FTP.pls find.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.